ভাৰতৰ বৈদেশিক সম্পৰ্ক Solution। AHSEC Class 12 Political Science Book Part-B Chapter 4 Textual Question Answers | Class 12 Political Science Book Part-B Chapter 4 (India’s External Relations) Solutions | ভাৰতৰ বৈদেশিক সম্পৰ্ক চতুৰ্থ অধ্যায় পাঠভিত্তিক প্ৰশ্ন উত্তৰ | India’s External Relations Chapter 4 Textual Question Answers|

Introduction-"২০২৭ চনৰ ফাইনেল পৰীক্ষাৰ বাবে Political Science Part-B (ৰাজনীতি বিজ্ঞান খ- অংশ) ৰ এই ভাৰতৰ বৈদেশিক সম্পৰ্ক (Chapter 4) নামৰ পাঠটো অতি দৰকাৰী।ইয়াৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।" 


Chapter-4

ভাৰতৰ বৈদেশিক সম্পৰ্ক


প্ৰশ্ন উত্তৰ সমূহ


১। তলত উল্লেখ কৰা বাক্যবোৰ 'শুদ্ধ নে অশুদ্ধ' লিখা:

(ক) গোষ্ঠীনিপেক্ষতাই ভাৰতক আমেৰিকা আৰু ৰাছিয়াৰ পৰা সহায় পোৱাৰ অনুমতি দিব।

উত্তৰ:-

(খ) ওচৰ-চুবৰীয়াৰ লগত ভাৰতৰ সম্বন্ধ আৰম্ভণিৰ পৰা বেয়া।

উত্তৰ:-

 

(গ) শীতল যুদ্ধই ভাত আৰু পাকিস্তানৰ মাজৰ সম্পর্কত বাৰুকৈয়ে প্রভা পেলাইছে।

উত্তৰ:-

 

(ঘ) ১৯৭১ চনৰ আমেৰিকাৰ লগত শান্তি আৰু বন্ধুত্ব হ'ল ভাৰতৰ আমেৰিকাৰ ওচ সম্পর্কফল।

উত্তৰ:-

 

২। তলত দিয়াবোৰ মিলোৱা:

(ক) ১৯৫০ পৰা ১৯৬৪ চনলৈ ভাৰতৰ বৈদেশিক নীতিৰ লক্ষ্য/উদ্দেশ্য হ'

(a) তিববতৰ ধর্মীয় নেতাৰ ভাৰতলৈ আগমন

 

(খ) পঞ্চশীল

 

(b) ৰাষ্ট্রৰ ভৌগোলিক অখণ্ডতা, সার্বভৌমত্ব আর অর্থনৈতিক বিকাশ সংৰক্ষণ কৰা।

 

(গ) দালাই লামা

 

(c) নাম (NAM) প্রতিষ্ঠা কৰা।

 

(ঘ) বাণ্ডুং সম্মিলন

 

(d) শান্তিপূর্ণ সহস্থানৰ পাঁচটা নীতি।

 

 

উত্তৰ:-

 

৩। নেহৰুৱে কিয় বৈদেশিক নীতি পৰিচালনাক স্বাধীনতাৰ এটা প্রয়োজনীয় নির্দেশনা বুলি ভাবিছিল। তোমাৰ সমর্থনৰ সপক্ষে দুটা কাৰণ দর্শোৱা।

উত্তৰ:-

 

৪। "বৈদেশিক নীতি আৰু পৰিচালনা কৰা হ'ল আভ্যন্তৰীণ বাধ্যবাধকতা আৰু আন্তর্জাতিক পৰিস্থিতি এই দুটাৰ ফল"। তোমাৰ উত্তৰৰ সপক্ষে ১৯৬০-ৰ দশকত ভাৰতৰ বৈদেশিক সম্পৰ্কৰ এটা উদাহৰণ দিয়া।

উত্তৰ:-

 

৫। ভাৰতৰ বৈদেশিক নীতিৰ তুমি ৰাখিব খোজা দুটা কাৰক আৰু পৰিৱৰ্তন কৰিব খোজা দুটা কাৰ চিনাক্ত কৰা যদি তুমি সিদ্ধান্ত গ্রহণ কাৰী হোৱা। তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।

উত্তৰ:-

 

৬। তলত দিয়াবোৰৰ চমুটোকা লিখা:

(ক) ভাৰতৰ পাৰমাণৱিক নীতি, (খ) বৈদেশিক নীতিৰ সম্পর্কে ঐক্যমত।

উত্তৰ:-

 

৭। শান্তি আৰু সহযোগিতাৰ ভিত্তিত ভাৰতৰ বৈদেশিক নীতি বচিত। কিন্তু ভাৰতে ১৯৬২ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত এই দহ বছৰ কালত তিনিখন যুদ্ধত অৱতীর্ণ হ'ব লগা হৈছিল। এইটোক তুমি বৈদেশিক নীতি অকৃতকার্য হোৱা বুলি ধাৰণা কৰানে? তুমি ইয়াক আন্তর্জাতিক পৰিস্থিতি বুলি ভাবা। তোমাৰ উত্তৰৰ সপক্ষে কাণ দর্শোৱা

উত্তৰ:-

 

৮। ভাৰতৰ বৈদেশিক নীতিয়ে ভাৰত গুৰুত্বপূর্ণ আঞ্চলিক শক্তি হোৱাৰ ইচ্ছা প্রকাশ কৰে নে? ১৯৭১ চনব বাংলাদেশ যুদ্ধৰ আলম লৈ তোমাৰ যুক্তি দাঙি ধৰা।

উত্তৰ:-

 

৯। ৰাজনৈতিক নেতৃত্বই এখন দেশৰ বৈদেশিক নীতিক কেনেদৰে প্রভাৱিত কৰে? ভাৰতৰ বৈদেশিক নীতিৰ ভেটিত ব্যাখ্যা কৰা।

উত্তৰ:-

 

১০। ভাৰত-ৰাছিয়াৰ বন্ধুত্বৰ চুক্তিয়ে গোষ্ঠীনিৰপেক্ষ নীতিক উলংঘা কৰিছে নেকি? তোমাৰ উত্তৰ যুক্তিৰে দিয়া।

উত্তৰ:-

 

১১। যদি সামৰিক গোষ্ঠী নাথাকে তেন্তে গোষ্ঠীনিৰপেক্ষ নীতিক অদৰকাৰী বুলি ভাবা নে?

উত্তৰ:-

 

১২। নেহৰুৱে কিয় সামৰিক গোষ্ঠীৰ পৰা আঁতৰি থাকিব বিচাৰিছিল?

উত্তৰ:-

 

১৪। বস্তুনিষ্ঠ প্রশ্নৰ উত্তৰ দিয়া:

(ক) ভাতৰ বৈদেশিক নীতি প্রণয়নত নেহৰুৱে প্রধান গুৰুত্ব কিহৰ ওপৰত দিছিল?

উত্তৰ:-

 

(খ) ভাৰত আৰু চীনৰ মাজত সীমা নির্ধাৰণৰ মেকমোহন লাইন কেতিয়া নির্ধাৰণ কৰিছিল?

উত্তৰ:-

 

(ঘ) চীনে ভাত কোন চনত আক্রমণ কৰিছিল।

উত্তৰ:-

 

(গ) ভাৰতৰ কোন প্রধানমন্ত্রীয়ে 'পঞ্চশীল নীতি' ঘোষণা কৰিছিল?

উত্তৰ:-

 

(ঙ) ভাৰতৰ বৈদেশিক নীতিৰ এটা মূল নীতি লিখা।

উত্তৰ:-

 

(চ) গোষ্ঠীনিৰপেক্ষৰ প্ৰথম শীর্ষ সম্মিলন প্রথম ক'ত অনুষ্ঠিত হৈছিল?

উত্তৰ:-

 

(ছ) 'চিমলা চুক্তি' কোন চনত স্বাক্ষৰিত হৈছিল?

উত্তৰ:-

 

(জ) এন. পি. টি (N.P.T)-ৰ সম্পূর্ণ অর্থ কি?

উত্তৰ:-

 

(ঝ) ভাৰতৰ কোনজন প্রধনমন্ত্রীয়ে 'চিমলা চুক্তি' ত স্বাক্ষৰ কৰিছিল?

উত্তৰ:-

 

(ঞ) NEFA সম্পূর্ণ ৰূপটো লিখা। (উঃ মাঃ ২০১৪)

উত্তৰ:-

 

(ট) ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত 'বিশাল মিত্রতা' মানে কি? (উঃ মাঃ ২০১৮)

উত্তৰ:-

 

(ঠ) ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাত আৰু _______ মাজত। (উঃ মাঃ ২০২০, ২০২৪)

উত্তৰ:-

 

(ড) প্রথম গোষ্ঠী নিৰপেক্ষ সম্মিলন ক'ত অনুষ্ঠিত হৈছিল? (উঃ মাঃ ২০২০)

উত্তৰ:-

 

১৫। শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) ভাৰতে আমেৰিকাৰ লগত ৩০ বছৰৰ কাৰণে 'শান্তি আৰু নিৰাপত্তা'ৰ চুক্তি কৰিছিল ১৯৭১ চনত।

উত্তৰ:-

 

(খ) ভাৰতৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ জেনেৰেল আয়ুব খানৰ মাজত ১৯৬৬ চনৰ জানুৱাৰী মাহত 'চিমলা চুক্তি' স্বাক্ষৰিত হৈছিল।

উত্তৰ:-

 

(গ) ৰাজী গান্ধী নেহৰুৰ পিছত চীন ভ্রমণ কৰা প্রথমজন প্রধানমন্ত্রী।

উত্তৰ:-

 

১৬। শুদ্ধ উত্তৰ বাছি উলিওৱা:

(ক) গোষ্ঠীনিৰপেক্ষ নীতিৰ নির্মাতা আখ্যা দিয়া হয়।

(i) পণ্ডিত নেহৰু

(ii) ইন্দিৰা গান্ধীক

(iii) মোৰাৰজী দেশাইক

(iv) অটল বিহাৰী বাজপেয়ীক

উত্তৰ:-

 

(খ) বাণ্ডুং সম্মিলন হৈছিল-

(i) ১৯৫৪ চনত

(ii) ১৯৫৫ চনত

(iii) ১৯৫ চনত

(iv) ১৯৫ চনত

উত্তৰ:-

 

(গ) চীনে আকস্মিকভাৱে ভাৰত আক্রমণ কৰিছিল-

(i) ১৯৬২ চনৰ আগষ্ট মাহত

(ii) ১৯৬২ চনৰ চেপ্তেম্বৰ মাহত

(iii) ১৯৬২ চনৰ অক্টোবৰ মাহত

(iv) ১৯৬২ চনৰ নবেম্বৰ মাহত।

উত্তৰ:-

 

১৭। চমু প্রশ্নঃ

(ক) নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্রধান উদ্দেশ্য উল্লেখ কৰা।

উত্তৰ:-

 

(খ) ভাৰতৰ পাৰমাণৱিক শক্তিৰ দুটা লক্ষ্য লিখা।

উত্তৰ:-

 

(গ) ভাৰতৰ বৈদেশিক নীতিৰ দুটা গুৰুত্বপূর্ণ মূল নীতি লিখা। (উঃ মাঃ ২০১৪)

উত্তৰ:-

 

(ঘ) ভাৰতৰ বৈদেশিক নীতি দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ:-

 

(ঙ) পঞ্চশীল বুলিলে কি বুজা?

উত্তৰ:-

 

(চ) বাংলাদেশ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰ:-

 

(ছ) ভাৰতৰ বৈদেশিক নীতি সম্পর্কীয় দুটা ৰাষ্ট্ৰ পৰিচালনা নির্দেশক নীতি উল্লেখ কৰা।

উত্তৰ:-

 

(জ) পাকিস্তানৰ সৈতে ভাৰতৰ সম্পর্কত থকা দুটা উদ্বিগ্নতাপূর্ণ দিশ উল্লেখ কৰা(উঃমাঃ ২০১৫)

উত্তৰ:-

 

() ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। (উঃ মাঃ ২০১৮)

উত্তৰ:-

 

১৮। চমুটোকা:

(ক) বৈদেশিক নীতি মানে কি বুজা?

উত্তৰ:-

 

(খ) ভাৰতৰ বৈদেশিক নীতিৰ সাংবিধানিক ভিত্তি কি কি?

উত্তৰ:-

 

(গ) 'পঞ্চশীল' বুলিলে কি বুজা? এই নীতিবোৰ উল্লেখ কৰা।

উত্তৰ:-

 

(ঘ) ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো চাৰিটা নীতি উল্লেখ কৰা। (উঃ মাঃ ২০২৪)

উত্তৰ:-

 

(৫) ভাগোষ্ঠীনিপেক্ষ নীতি চমুকৈ লিখা।

উত্তৰ:-

 

(চ) কাশ্মীৰ সমস্যা সম্পর্কে চমুকৈ লিখা।

উত্তৰ:-

 

(ছ) 'চিমলা চুক্তি'ৰ ওপৰত এটা টোকা লিখা।

উত্তৰ:-

 

(জ) ভাৰতৰ বৈদেশিক নীতিৰ চাৰিটা কাৰক লিখা।

উত্তৰ:-

 

(ঝ) ভাতৰ বৈদেশিক নীতি নির্ধাৰণত ভৌগোলিক কাৰকৰ ভূমিকা আলোচনা কৰা।

উত্তৰ:-

 

(ঞ) 'ভাৰতৰ বৈদেশিক নীতি শান্তি আৰু সহযোগিতাৰ ওপৰত প্রতিষ্ঠিত- বুজাই লিখা।

উত্তৰ:-

 

(ট) ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰিছিল। আলোচনা কৰা (উঃ মাঃ ২০১৪, ২০১৬)

উত্তৰ:-

 

১৯। চনাধর্মী প্রশ্ন:

(ক) ভাৰতীয় বৈদেশিক নীতি নির্ধাণ কৰা কাৰকবোৰ ব্যাখ্যা কৰা।

উত্তৰ:-

 

(খ) ভাতীয় বৈদেশিক নীতি নির্ধাৰণৰ আভ্যন্তৰীণ আৰু বহিঃকাৰকসমূহৰ আলোচনা কৰা।

উত্তৰ:-

 

(গ) ভাৰতৰ বৈদেশিক নীতি মূল উদ্দেশ্যসমূহ আলোচনা কৰা।

উত্তৰ:-

 

(ঘ) ভাৰতৰ বৈদেশিক নীতিৰ প্রধান নীতিসমূহ উল্লেখ কৰা।

উত্তৰ:-

 

(ঙ) গোষ্ঠীনিৰপেক্ষতাৰ অর্থ ব্যাখ্যা কৰা আৰু নিৰপেক্ষতাৰ পৰা ইয়াৰ পার্থক্য নির্ণয় কৰা।

উত্তৰ:-

 

(চ) ভাতে কিয় গোষ্ঠীনিপেক্ষ নীতি গ্রহণ কৰিছে?-কাণ দর্শোৱা

উত্তৰ:-

 

(ছ) ভাৰতৰ বৈদেশিক নীতিত গোষ্ঠীনিৰপেক্ষতাৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰ:-

 

(জ) ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধৰ ভেটিত লৈ ভাৰত পাকিস্তান সম্বন্ধ পৰীক্ষা কৰা।

উত্তৰ:-

 

(ঝ) ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি কোন আছিল? জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতি মূল উদ্দেশ্য ব্যাখ্যা কৰা।(উঃ মাঃ ২০১২)

উত্তৰ:-

 

(ঞ) ভাৰতৰ পাৰমাণৱিক নীতিৰ পথ প্রদর্শক হিচাপে কোন ব্যক্তিক আখ্যা দিব পাৰি? ভাৰতৰ পাৰমাণৱিক নীতিৰ আলোচনা কৰা। (উঃ মাঃ ২০১৪)

উত্তৰ:-

 

(ট) পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱর্তনশীল সম্পর্কৰ বিষয়ে আলোচনা কৰা (উঃ মাঃ ২০১৫)

উত্তৰ:-

 

(ঠ) জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত বিতর্কসমূহ আলোচনা কৰা। তুমি জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো প্রয়োজনীয় আছিল বুলি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দাঙি ধৰা। (উঃ মাঃ ২০১৮)

উত্তৰ:-

 

(ড) জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে লাভ কৰা শিক্ষাৰ বিশ্লেষণ কৰা। (উঃ মাঃ ২০১৮)

উত্তৰ:-

 

(ঢ) ভাৰতৰ মৰ্চা চৰকাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। (উঃ মাঃ ২০২০)

উত্তৰ:-

 



 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত দ্বাদশ শ্ৰেণীৰ  (Class 12 Political Science Book Part-B) ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ খ-অংশৰ চতুৰ্থ অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!



Written By- Ankur Moni Nath



Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment

Previous Post Next Post