Posts

পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ Solution। AHSEC Class 12 Political Science Book Part-A Chapter 6 Textual Question Answers | Class 12 Political Science Book Part-A Chapter 6 (Environment and Natural Resources) Solutions |পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ ষষ্ঠ অধ্যায় পাঠভিত্তিক প্ৰশ্ন উত্তৰ | Environment and Natural Resources Chapter 6 Textual Question Answers|

    Introduction-"২০২৭ চনৰ ফাইনেল পৰীক্ষাৰ বাবে Political Science Part-A (ৰাজনীতি বিজ্ঞান ক- অংশ) ৰ এই পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ (Chapter 6) পাঠটো অতি দৰকাৰী। ইয়াৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।"


Chapter- 6

পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ


প্রশ্নঃ উত্তৰ দিয়াঃ

১। তলৰ কোনবোৰ পৰিৱেশ সম্পর্কে গঢ়ি উঠা আটাইতকৈ ভাল ব্যাখ্যা-

(ক) উন্নত ৰাষ্ট্ৰবোৰ প্রকৃতিক ৰক্ষণাবেক্ষণ দিয়াত সমান।

(খ) পৰিবেশৰ ৰক্ষণাবেক্ষণ দিয়াটো দেশীয় আৰু আদিবাসীসকলৰ বাবে অপৰিহার্য।

(গ) পৰিৱেশৰ অৱনতি মানুহৰ কাৰ্য-কলাপে ব্যাপক কৰিছে আৰু ই বিপদজনক স্তৰ পাইছে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰ:-

 

২। বসুন্ধৰা সম্মিলনৰ বিষয়ে তলত উল্লেখ কৰা প্ৰতিটো বাক্যৰ বিপৰীতে শুদ্ধ নে অশুদ্ধ লিখা

(ক) ইয়াত ১৭০ খন দেশে যোগদান কৰিছিল, হাজাৰ NGO'S আৰু বহুত MNC'S

(খ) শীর্ষ সম্মিলনখন ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত হৈছিল।

(গ) পোন প্রথমবাৰৰ বাবে বিশ্ব পৰিৱেশৰ বিষয় বাজনৈতিক স্তবত দৃঢ়তাৰে একগোট কৰা হৈছিল।

(ঘ) ই এখন শীর্ষ সম্মিলন।

উত্তৰ:-

 

৩। ৰিঅ' (Rio) শীর্ষ সম্মিলনৰ ফলাফল কি আছিল?

উত্তৰ:-

 

৪। উমৈহতীয়া (সমূহীয়া) মানে কি? ইয়াক কেনেকৈ লুণ্ঠন আৰু বিষাক্ত কৰা হৈছে?

উত্তৰ:-

 

৫। ১৯৯০ চনৰ পৰা ৰাষ্ট্ৰবিলাকে বিশ্ব পাৰিপার্শ্বিকতাক ৰক্ষাৰ ক্ষেত্রত কিয় সর্বোচ্চ স্থান দিছে?

উত্তৰ:-

 

৬। বিশ্ব পৰিৱেশক আৰু অধিক ধ্বংস নকৰাকৈ অর্থনৈতিক বিকাশ সাধন কৰাটোৰ ক্ষেত্ৰত ৰাষ্ট্ৰবোৰ বিৰাট প্রত্যাহবানৰ সম্মুখীন হৈছে। আমি ইয়াক কেনেকৈ অতিক্ৰম কৰিব পাৰো? কেইটামান উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

উত্তৰ:-

 

৭। বস্তুনিষ্ঠ প্রশ্নঃ

(ক) কোনখন বসুন্ধৰা শীর্ষ সম্মিলনে পৰিবেশৰ বিষয়টো বিশ্ব ৰাজনীতিত গুৰুত্বপূর্ণ বিষয় ৰূপে চিহ্নিত কৰে? (উঃ মাঃ ২০২৪)

উত্তৰ:- ১৯৯২ চনৰ বসুন্ধৰা সন্মিলন (ৰিঅ' সন্মিলন)

 

(খ) কোনটো বছৰত ৰিঅ'-দি জেনেৰিঅ'ত বসুন্ধৰা শীর্ষ সম্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰ:-  ১৯৯২ চনত

 

(গ) উমৈহতীয়া বুলিলে কি বুজা?

উত্তৰ:- যিবোৰ সম্পদ কোনো এজন ব্যক্তি বা এখন ৰাষ্ট্ৰৰ ব্যক্তিগত সম্পত্তি নহয়, বৰঞ্চ গোটেই সমাজখনৰ বাবে সমান অধিকাৰ থাকে, তাকে উমৈহতীয়া সম্পদ বোলে (যেনে: পানী, বায়ু বা ৰাজহুৱা উদ্যান)

 

(ঘ) বিশ্বত কিমানসংখ্যক খিলঞ্জীয়া লোক আছে?

উত্তৰ:- বিশ্বত প্ৰায় ৩০ কোটি খিলঞ্জীয়া লোক আছে

 

(ঙ) বিশ্বৰ কোনখন ৰাষ্ট্ৰত সর্ববৃহৎ নৱীকৃত শক্তি কার্যসূচী আছে।

উত্তৰ:- ভাৰতবৰ্ষত (India)

 

(চ) খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ কোন চনত গঠন হয়।

উত্তৰ:-  ১৯৭৫ চনত

 

(ছ) কিয়ট' চুক্তি কোন চনত সম্পাদিত হয়?

উত্তৰ:- ১৯৯৭ চনত

 

(জ) ১৯৯২ চনৰ বসুন্ধৰা সম্মিলনত কেইখন ৰাষ্ট্ৰই যোগদান কৰিছিল?

উত্তৰ:- ১৭০ খন ৰাষ্ট্ৰই

 

(ঝ) বিশ্ব ৰাজনীতিত ২১ শতিকাত কিহক কেন্দ্র কৰি সংঘাতৰ সৃষ্টি হ'?

উত্তৰ:- পানী (Water) আৰু প্ৰাকৃতিক সম্পদক কেন্দ্ৰ কৰি

 

(ঞ) বিশ্ব পৰিৱেশ দিৱস কোনটো দিনত উদ্যাপন কৰা হয়? (উঃ মাঃ ২০২৪)

উত্তৰ:- ৫ জুনত

 

(ট) ভাৰতে 'কিয়ট' প্রট'কলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে? (উঃ মাঃ ২০১৩)

উত্তৰ:- ভাৰতে ২০০২ চনৰ আগষ্ট মাহত কিয়ট' প্ৰট'কলত স্বাক্ষৰ আৰু অনুমোদন কৰে

 

৮। শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) বসুন্ধৰা সম্মিলন লগুনত অনুষ্ঠিত হৈছিল।

উত্তৰ:- অশুদ্ধ

**বসুন্ধৰা সম্মিলন ব্ৰাজিলৰ ৰিঅ’ ডি জেনিৰিঅ’অনুষ্ঠিত হৈছিল।**

 

 

(খ) ১০ জুনত বিশ্ব পৰিৱেশ দিৱস উদ্যাপন কৰা হয়।

উত্তৰ:- অশুদ্ধ।

**৫ জুনত বিশ্ব পৰিৱেশ দিৱস উদ্যাপন কৰা হয়।**

 

(গ) জলবায়ু পৰিৱৰ্তন পাৰিৱেশিক সমস্যা হয়।

উত্তৰ:- শুদ্ধ।

 

(ঘ) বিশ্বত পাৰিৱেশিক প্রদূষণ ক্রমাৎ হ্রাস পাইছে।

উত্তৰ:- অশুদ্ধ।

**বিশ্বত পাৰিৱেশিক প্ৰদূষণ ক্ৰমাৎ বৃদ্ধি পাইছে**

 

(ঙ) ৰিঅ' সম্মিলনে 'কার্যসূচী ২১' নামেৰে বিকাশমূলক কাৰ্যপন্থাৰ এক তালিকাৰ পৰামর্শ আগবঢ়াইছিল। (উঃ মাঃ ২০১৪, ২০১৭)

উত্তৰ:- শুদ্ধ।

 

৯। খালী স্থান পূৰণ কৰা:

(ক) দ্বিতীয় বহনক্ষম বিকাশৰ বিশ্ব সম্মিলন। জোহাান্সবাৰ্গ  ২০০২ চনৰ চেপ্তেম্বৰত অনুষ্ঠিত হৈছিল।

উত্তৰ:- জোহাান্সবাৰ্গ  ২০০২ চনৰ চেপ্তেম্বৰত অনুষ্ঠিত হৈছিল।

 

(খ) কিয়ট' চুক্তিৰ পৰা ভাৰত আৰু চীন ক বেহাই দিয়া হৈছিল।

উত্তৰ:- ভাৰত আৰু চীন ক বেহাই দিয়া হৈছিল।

 

(গ) পৃথিবীৰ ভূমিতকৈ পানী বা জলভাগ  পৰিমাণ বহুত বেছি।

উত্তৰ:- পানী বা জলভাগ  পৰিমাণ বহুত বেছি।

 

(ঘ) বসুন্ধৰা সম্মিলনত ১৭০ খন ৰাষ্ট্ৰই অংশগ্রহণ কৰিছিল।

উত্তৰ:-  ১৭০ খন ৰাষ্ট্ৰই অংশগ্রহণ কৰিছিল।

 

 

(ঙ)  ____  জুনত বিশ্ব পৰিবেশ দিবস উদ্যাপন কৰা হয়।

উত্তৰ:- ৫ জুনত

 

(চ) ষ্টকহ'ম সম্মিলন ১৯৭২ চনত অনুষ্ঠিত হৈছিল।

উত্তৰ:- ১৯৭২ চনত অনুষ্ঠিত হৈছিল

 

(ছ) বসুন্ধৰা সম্মিলন ১৯৯২ চনত অনুষ্ঠিত হৈছিল(উঃ মাঃ ২০১৩)

উত্তৰ:- ১৯৯২ চনত অনুষ্ঠিত হৈছিল

 

১০। প্রশ্নঃ

(ক) পৰিৱেশ আইন প্রণয়ন কৰা কিয় প্রয়োজন। চমুকৈ লিখা।

উত্তৰ:- প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ, বন্যপ্ৰাণী আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ কৰিবলৈ আৰু প্ৰদূষণকাৰী সংস্থাসমূহৰ ওপৰত আইনী বাধা আৰোপ কৰি এক সুস্থ পৰিৱেশ নিশ্চিত কৰিবলৈ পৰিৱেশ আইনৰ প্ৰয়োজন

 

(খ) পৰিৱেশ সজাগতা মানে তুমি কি বুজা(উঃ মাঃ ২০২৪)

উত্তৰ:- পৰিৱেশৰ সুৰক্ষা, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু প্ৰদূষণৰ ভয়াৱহতাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাকে পৰিৱেশ সজাগতা বোলে। ইয়াৰ উদ্দেশ্য হ’ল মানুহক পৰিৱেশ-হিতৈষী কৰি তোলা

 

(গ) বিশ্ব খিলঞ্জীয়া বর্ষ হিচাপে কোনটো বর্ষ উদযাপন কৰা হৈছিল।

উত্তৰ:- ৰাষ্ট্ৰসংঘই ১৯৯৩ বৰ্ষটো বিশ্ব খিলঞ্জীয়া বৰ্ষ হিচাপে উদযাপন কৰিছিল

 

(ঘ) কিয়ট' চুক্তি মানে কি?

উত্তৰ:- ১৯৯৭ চনত জাপানৰ কিয়ট’ত গ্ৰহণ কৰা এইখন এক আন্তঃৰাষ্ট্ৰীয় চুক্তি, যাৰ জৰিয়তে উদ্যোগিক দেশসমূহৰ বাবে সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাটো বাধ্যতামূলক কৰা হৈছিল

 

(ঙ) গ্রীনহাউছ গেছ মানে কি বুজা? (উঃ মাঃ ২০১৫)

উত্তৰ:- যিবোৰ গেছে (যেনে: কাৰ্বন-ডাই-অক্সাইড, মিথেন, ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন) পৃথিৱীৰ বায়ুমণ্ডলত তাপ ধৰি ৰাখি গোলকীয় উষ্ণতা বৃদ্ধি কৰে, সেইবোৰক গ্ৰীনহাউছ গেছ বোলে

 

(চ) জলপ্রদূষণৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰ:- ক) উদ্যোগসমূহৰ পৰা নিৰ্গত বিষাক্ত ৰাসায়নিক আৱৰ্জনা পানীত মিহলি হোৱা
খ) কৃষি ক্ষেত্ৰত ব্যৱহৃত অত্যাধিক কীটনাশক আৰু সাৰ বৰষুণৰ পানীৰ সৈতে নদী বা জলাশয়ত পৰা

 

(ছ) নদীবান্ধ সম্পর্কে চমুকৈ লিখা।

উত্তৰ:- নদীবান্ধ হ’ল নদীৰ সোঁত ভেটি নিৰ্মাণ কৰা এক বৃহৎ গাঁথনি, যাৰ সহায়ত মূলতঃ জলবিদ্যুৎ উৎপাদন আৰু জলসিঞ্চন কৰা হয়। অৱশ্যে ইয়াৰ ফলত বৃহৎ পৰিমাণৰ বনাঞ্চল ধ্বংস হোৱা আৰু জনবসতি স্থানান্তৰিত হোৱাৰ দৰে সমস্যাও সৃষ্টি হয়

 

(জ) বিশ্ব ৰাজনীতিত পাৰিপার্শ্বিক বিষয়সমূহ গুৰুত্বপূর্ণ বিষয়ত পৰিণত হৈছে কিয়? (উঃ মাঃ ২০১২)

উত্তৰ:- পৰিৱেশৰ অৱনতি (যেনে- অ’জন স্তৰৰ ক্ষয়, গোলকীয় উষ্ণতা) কোনো এখন দেশৰ সীমাৰ ভিতৰত আৱদ্ধ নহয়। ইয়াৰ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন হোৱা বাবে ই বিশ্ব ৰাজনীতিৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে

 

(ঝ) কিয়ট' চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ সৈতে জড়িত আছিল। (উঃ মাঃ ২০১৭)

উত্তৰ:- এই চুক্তি ১৯৯৭ চনত স্বাক্ষৰিত হৈছিল। ই গোলকীয় উষ্ণতা বৃদ্ধি আৰু সেউজগৃহ গেছৰ নিৰ্গমন সমস্যাৰ সৈতে জড়িত আছিল

 

১১। চমুটোকা:

(ক) প্রদূষণ নিয়ন্ত্রণৰ ৰাষ্ট্ৰসংঘৰ ভূমিকা কেনেধৰণৰ?

উত্তৰ:-

 

(খ) কিয়ট' চুক্তিৰ বৈশিষ্ট্যসমূহ।

উত্তৰ:-

 

(গ) পৰিৱেশ বিনষ্টকৰণ আৰু মানৱ স্বাস্থ্য।

উত্তৰ:-

 

(ঘ) বসুন্ধৰা শীর্ষ সম্মিলন।

উত্তৰ:-

 

(ঙ) কার্যসূচী-২১

উত্তৰ:-

 

(চ) বিশ্বজনীন উমৈহতীয়া সুৰক্ষা।

উত্তৰ:-

 

১২। ৰচনাধর্মী প্রশ্ন:

(ক) উমৈহতীয়া অথচ পৃথকীকৰণ দায়বদ্ধতা মানে কি বুজা? ব্যাখ্যা কৰা। (উঃ মাঃ ২০১৭)

উত্তৰ:-

 

(খ) পৰিৱেশ দুষিত হোৱাৰ কাৰণসমূহ উল্লেখ কৰা।

উত্তৰ:-

 

(গ) পৰিৱেশ সংৰক্ষণত ভাৰতে কেনেধৰণৰ স্থিতি গ্রহণ কৰি আহিছে।

উত্তৰ:-

 

(ঘ) ভাৰতত সংঘটিত হোৱা পৰিৱেশ আন্দোলনসমূহৰ চমু আলোচনা কৰা।

উত্তৰ:-

 

(ঙ) কিয়ট' চুক্তিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এই চুক্তিয়ে সফলতা লাভ কৰিছেনে?

উত্তৰ:-

 

(চ) সম্পদৰ ভূ-বাজনীতিৰ এটা আলোচনা কৰা। (উঃ মাঃ ২০১৫)

উত্তৰ:-

 

(ছ) 'বিশ্বজনীন উমৈহতীয়া' মানে কি বুজা? 'বিশ্বজনীন উমৈহতীয়া'ৰ ৰক্ষণাবেক্ষণৰ বাবে দুটা ব্যৱস্থাৰ পৰামর্শ দিয়া। (উঃ মাঃ ২০১২, ২০১৪)

উত্তৰ:-

 

(জ) সম্পদৰ ভূ-বাজনীতি মানে কি? বিশ্ব ৰাজনীতিত প্রাসংগিকতা থকা দুটা সম্পদৰ নাম উল্লেখ কৰা। (উঃ মাঃ ২০১৩)

উত্তৰ:-

 

(ঞ) বিশ্বজনীন পাৰিবেশিক বিতৰ্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি আলোচনা কৰা। (উঃ মাঃ ২০১৬, ২০১৮)

উত্তৰ:-



 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত দ্বাদশ শ্ৰেণীৰ  (Class 12 Political Science Book Part-A) ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ ক-অংশৰ ষষ্ঠ অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!



Written By- Ankur Moni Nath



Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

 

Post a Comment

Previous Post Next Post