Posts

শিক্ষণ (Learning) Solutions (2026)। AHSEC Class 12 Education Book Chapter 4 Textual Question Answers | Class 12 Education Book Chapter 4 Solutions Assamese Medium|

 Introduction-  ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে EduAxom ৰ তৰফৰ পৰা আজি Class 12 ৰ শিক্ষণটোকা সমূহ আগবঢ়োৱা হৈছে।


Chapter-4 Textual Questions

শিক্ষণ


তলৰ প্ৰশ্নসমূহৰ ভুল/শুদ্ধ নিৰ্ণয় কৰাঃ

 

১। শিক্ষণ হৈছে আচৰণৰ এক সংশোধন মাত্র।           

Ans: শিক্ষণ হৈছে আচৰণৰ এক সংশোধন মাত্র- (শুদ্ধ)।

 

২। শিক্ষণ হৈছে এক সার্বজনীন প্রক্রিয়া।

Ans: শিক্ষণ হৈছে এক সার্বজনীন প্রক্রিয়া- (শুদ্ধ)।

 

৩। ব্যক্তিৰ আগ্রহ, মনোযোগ হৈছে শিক্ষণৰ মনোবৈজ্ঞানিক উপাদান।

Ans: ব্যক্তিৰ আগ্রহ, মনোযোগ হৈছে শিক্ষণৰ মনোবৈজ্ঞানিক উপাদান- (শুদ্ধ)।

 

৪। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ পৃষ্ঠপোষক হ'ল আইভান, পেল।

Ans: প্রচেষ্টা আৰু ভুল পদ্ধতিৰ পৃষ্ঠপোষক হ'ল আইভান, পেল- (ভুল)।

 

৫। আমেৰিকাৰ শিক্ষাবিদ এডবার্ড লী থর্ণডাইক অনুবন্ধন পদ্ধতিৰ পৃষ্ঠপোষক আছিল।

Ans: আমেৰিকাৰ শিক্ষাবিদ এডবার্ড লী থর্ণডাইক অনুবন্ধন পদ্ধতিৰ পৃষ্ঠপোষক আছিল- (ভুল)।

 

৬। প্রচেষ্টা আৰু ভুল পদ্ধতিয়ে সামগ্রিক ধাৰণাৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল।

Ans: প্রচেষ্টা আৰু ভুল পদ্ধতিয়ে সামগ্রিক ধাৰণাৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল- (ভুল)।

 

৭। প্রচেষ্টা আৰু ভুল পদ্ধতি হৈছে যান্ত্রিক প্রক্রিয়াৰ পৰিণতি।

Ans:

 

৮। মনোবিজ্ঞানী ক'হলাৰে পৰীক্ষা-নিৰীক্ষা কৰা চিম্পাঞ্জীটোৰ নাম আছিল 'চুলতান'

Ans:

 

১। অন্তর্দর্শন পদ্ধতি এক উচ্চখাপৰ শিক্ষণ পদ্ধতি।

Ans:

 

১০। আইভান্ পি. পেভলভ্ এগৰাকী জার্মান মনোবিজ্ঞানী আছিল।

Ans:

 


B. খালী ঠাই পুৰ কৰাঃ

 ১। গেইটছৰ মতে, শিক্ষণ হৈছে ______ জৰিয়তে কৰা সংশোধন মাত্র।

Ans:

 

২। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ মূল পৃষ্ঠপোষক হ'_______|

Ans:

 

৩। এডবার্ড লী থর্ণডাইক এগৰাকী ______ মনোবিদ আছিল।

Ans:

 

৪। প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এক _______ প্রক্রিয়া।

Ans:

 

৫। 'গেষ্টাল্ট' শব্দৰ অৰ্থ হৈছে _______শব্দ।

Ans:

 

৬। 'গেষ্টাল্ট' শব্দটো এটা ____|

Ans:

 

৭। অন্তদৃষ্টি জাগৰণৰ বাবে মানসিক প্রক্রিয়া, পৃথকীকৰণ আৰু ______ প্রয়োজন।

Ans:

 

৮। কইলাৰে _______ নামৰ কিতাপখনত সামগ্রিকতাবাদ পৰীক্ষাৰ বিষয়ে উল্লেখ কৰা।

Ans:

 

৯। ক'ইলাৰ, কাফ্কা আৰু _____ সামগ্রিকতাবাদৰ প্রধান পৃষ্ঠপোষক।

Ans:

 

১০। ______ মনোবিজ্ঞানী পেলভ অনুবন্ধনবাদৰ মূল পৃষ্ঠপোষক।

Ans:

 

১১। এডুৱার্ড লী থর্ণডাইক ______ পদ্ধতি পৃষ্ঠপোষক আছিল।

Ans:

 

 

C. চমু উত্তৰ দিয়াঃ

১। শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা।

Ans:

 

২। শিক্ষণৰ এটা সংজ্ঞা উল্লেখ কৰা।

Ans:

 

৩। শিক্ষণৰ দুটা আভ্যন্তৰীণ কাৰক উল্লেখ কৰা।

Ans:

 

৪। শিক্ষণৰ দুটা বাহ্যিক কাৰক উল্লেখ কৰা।

Ans:

 

৫। শিক্ষণৰ দুটা প্ৰকাৰ উল্লেখ কৰা।

Ans:

 

৬। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

Ans:

 

৭। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা দোষ উল্লেখ কৰা।

Ans:

 

৮। অন্তর্দর্শন পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা।

Ans:

 

৯। অন্তর্দর্শন পদ্ধতিৰ দুটা দোষ উল্লেখ কৰা।

Ans:

 

১০। অনুবন্ধন পদ্ধতিৰ দুটা গুরুত্ব উল্লেখ কৰা।

Ans:

 

১১। থর্ণডাইকৰ শিক্ষণ নীতি দুটা উল্লেখ কৰা।

Ans:

 

১২। "গেষ্টাল্ট" শব্দৰ অর্থ লিখা।

Ans:

 

১৩। পৰিপক্কতা মানে কি বুজায়?

Ans:

 

১৪। অনুবন্ধনৰ দুটা বৈশিষ্টা লিখা।

Ans:

 

১৫। অনুশীলনীৰ নীতি মানে কি?

Ans:

 

D. প্রশ্নঃ উত্তৰ দিয়াঃ

১। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা কেনেকৈ শিক্ষা হয় চমুকৈ লিখা।

Ans:

 

২। অন্তর্দর্শন পদ্ধতিৰ দ্বাৰা কেনেকৈ শিক্ষা লাভ কৰিব পাৰি। চমুকৈ লিখা।

Ans:

 

৩। অনুবন্ধন কি? ইয়াৰ দ্বাৰা কেনেকৈ শিক্ষা লাভ কৰিব পাৰি। চমুকৈ লিখা।

Ans:

 

৪। অনুশীলন নীতিৰ অর্থ আৰু শ্রেণীকোঠাৰ প্রয়োজনীয়তা সম্পর্কে চমুকৈ লিখা।

Ans:

 

৫। প্রস্তুতিৰ নীতিৰ বিষয়ে চমুকৈ লিখা।

Ans:

 

৬। শিক্ষণ আৰু পৰিপক্কতাৰ বিষয়ে চমুকৈ লিখা।

Ans:

 

৭। ঘর্নভাইকৰ শিক্ষণ নীতিবোৰ শ্রেণীকোঠাৰ তাৎপৰ্য্যৰ সৈতে আলোচনা কৰা।

Ans:

 

৮। শিক্ষণ আৰু পৰিপক্কতাৰ পাৰ্থক্য নির্ণয় কৰা।

Ans:

 

৯। উদাহৰণৰ সৈতে পেলভব অনুবন্ধন তত্বটো আলোচনা কৰা।

Ans:

 

১০। অন্তর্দর্শন শিক্ষণ কি? 'ইলাৰৰ অন্তৰ্দৰ্শন পদ্ধতি সম্পর্কে শৈক্ষিক তাৎপৰ্য্যৰ সৈতে আলোচনা কৰা।

Ans:

 

১১। অনুবন্ধনবাদ কি? অনুবন্ধন কেনেকৈ সৃষ্টি হয়। অনুবন্ধনৰ শৈক্ষিক তাৎপর্য্য উল্লেখ কৰা।

Ans:

 

   



 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত দ্বাদশ শ্ৰেণীৰ  (Class 12 Education Book) শিক্ষা পাঠ্যপুথিৰ চতুৰ্থ অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!


Written By Bhaskar Jyoti Nath





Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey.

Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষা গাইড উপলব্ধ।

আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰে।)


Post a Comment

Previous Post Next Post