Posts

সমসাময়িক বিশ্বত নিৰাপত্তা Solution। AHSEC Class 12 Political Science Book Part-A Chapter 5 Textual Question Answers | Class 12 Political Science Book Part-A Chapter 5 (Security in the Contemporary World) Solutions |সমসাময়িক বিশ্বত নিৰাপত্তা পঞ্চম অধ্যায় পাঠভিত্তিক প্ৰশ্ন উত্তৰ | Security in the Contemporary World Chapter 5 Textual Question Answers|

   Introduction-"২০২৭ চনৰ ফাইনেল পৰীক্ষাৰ বাবে Political Science Part-A (ৰাজনীতি বিজ্ঞান ক- অংশ) ৰ এই সমসাময়িক বিশ্বত নিৰাপত্তা (Chapter 5) পাঠটো অতি দৰকাৰী। ইয়াৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।"


Chapter- 5

সমসাময়িক বিশ্বত নিৰাপত্তা


প্রশ্নঃ উত্তৰ দিয়াঃ

১। অর্থৰ লগত বাক্যাংশবোৰ মিলোৱা:

(১) বিশ্বাস প্রতিষ্ঠা কৰাৰ ব্যৱস্থা

(ক) বিশেষ অস্ত্র-পাতি পৰিত্যাগ কৰা

 

(২) অস্ত্র নিয়ন্ত্রণ

 

(খ) নিয়মিতভাবে ৰাষ্ট্ৰসমূহৰ মাজত প্ৰতিৰক্ষা বিষয়ক খবৰৰ আদান-প্রদান কৰা

 

(৩) মিত্রতা বন্ধন

 

(গ) ৰাষ্ট্ৰবোৰৰ জোটবন্ধনৰ অৰ্থ হ'ল সামৰিক আক্রমণক প্রতিহত কৰা

 

(৪) নিৰস্ত্রীকৰণ

 

(ঘ) অস্ত্র-শস্ত্রৰ সংগ্রহ বা বর্ধিতকৰণক নিয়ন্ত্রণ কৰা।

 

 

উত্তৰ:-

 

২। তলত উল্লেখ কৰা কোনবোৰক পৰম্পৰাগত নিৰাপত্তা/ অ-পৰম্পৰাগত নিৰাপত্তা/ ভীতি প্রদর্শন নহয় বুলি বিবেচনা কৰা:

(ক) ডেংগু জ্বৰ।

(খ) চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা শ্রমিক আগমন।

(গ) নিজৰ অঞ্চলৰ বাবে পৃথক বাষ্ট্র গঠনৰ বাবে এটা দলব সৃষ্টি।

(ঘ) নিজৰ অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ দাবীত এটা দলব আৱির্ভাৱ।

(ঙ) এখন বাতৰি কাকত যদি ৰাষ্ট্ৰ এখনৰ সামৰিক বাহিনীৰ বাবে সংকটৰ কাৰণ হয়।

উত্তৰ:-

 

৩। পৰম্পৰাগত আৰু অ-পৰম্পৰাগত নিৰাপত্তাৰ মাজত পার্থক্য কি? মিত্রজোঁট এই শ্রেণী দুটাৰ কোনটো শ্রেণীত অন্তর্ভুক্ত?

উত্তৰ:-

 

৪। তৃতীয় বিশ্ব আৰু প্রথম বিশ্বৰ জনসাধাৰণে সম্মুখীন হোৱা ভাবুকি (Threat)ৰ মাজত প্রভেদবোৰ কি কি?

উত্তৰ:-

 

৫। সন্ত্রাসবাদ পৰম্পৰাগত বা অপৰম্পৰাগত নিৰাপত্তাৰ ভাবুকি অন্তর্ভুক্তনে?

উত্তৰ:-

 

৬। পৰম্পৰাগত নিৰাপত্তাৰ দৃষ্টিভংগীত ৰাষ্ট্র এখনৰ নিৰাপত্তা যেতিয়া ভাবুকিৰ সন্মুখীন হয় তেতিয়া ৰাষ্ট্ৰখনে কেনে ব্যবস্থা গ্রহণ কৰিব লাগে?

উত্তৰ:-

 

৭। ক্ষমতাৰ ভাৰসাম্য কি? এখন ৰাষ্ট্রই ইয়াক কেনেদৰে লাভ কৰিব পাৰে?

উত্তৰ:-

 

৮। সামৰিক জোঁটবন্ধনৰ উদ্দেশ্য কি?

উত্তৰ:-

 

৯। ভাৰতবৰ্ষৰ প্রেক্ষাপটলৈ লক্ষ্য কৰিলে ভাৰতৰ বাবে কেনেধৰণৰ নিৰাপত্তাৰ প্ৰয়োজন- পৰম্পৰাগত নে অপৰম্পৰাগত। তোমাৰ যুক্তি সাব্যস্ত কৰাৰ বাবে তুমি উদাহৰণ আগবঢ়াবা?

উত্তৰ:-

 

১০। অপৰম্পৰাগত বা মানৱীয় নিৰাপত্তা মানে কি বুজা? মানৱীয় নিৰাপত্তাৰ প্ৰতি দুটা ভাবুকিৰ বিষয়ে আলোচনা কৰা। (উঃ মাঃ ২০১৩)

উত্তৰ:-

 

১১। বিশ্ব দৰিদ্রতাৰ বিষয়ে চমুকৈ লিখা। (উঃ মাঃ ২০১৫)

উত্তৰ:-

 

১২। মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পর্ক কি? আলোচনা কৰা। (উঃ মাঃ ২০১৭)

উত্তৰ:-

 

১৩। পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজৰ পার্থক্য কি? (উঃ মাঃ ২০২০)

উত্তৰ:-

 

চমু উত্তৰৰ প্ৰশ্নঃ

১। ৰাষ্ট্ৰ এখনৰ চৰকাৰে যুদ্ধৰ ভাবুকি বা যুদ্ধ বন্ধ কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰে?

উত্তৰ:-

 

২। ৰাষ্ট্র এখনক আভ্যন্তৰীণ ভাবুকিয়ে বিপদগ্রস্ত কৰিব পাৰেনে? যুক্তিসহকাৰে তোমাৰ মতটো সাব্যস্ত কৰা।

উত্তৰ:-

 

৩। নিৰস্ত্ৰীকৰণ বুলিলে কি বুজায়? চমুকৈ লিখা।

উত্তৰ:-

 

৪। মানৱ নিৰাপত্তাৰ সৈতে শিক্ষা সম্বন্ধ আছেনে? যুক্তিসহকাৰে বুজাই লিখা।

উত্তৰ:-

 

৫। দৰিদ্রতাই মানুহক নিৰাপত্তাহীনতাত ভুগায়? কথাষাৰ সত্য নে? যুক্তিসহকাৰে তোমাৰ মতটো প্রতিপন্ন কৰা।

উত্তৰ:-

 

৬। চমুটোকা লিখা:

(ক) মানব অধিকাৰ আৰু নিৰাপত্তা

উত্তৰ:-

 

(খ) প্রব্রজন আৰু মানৱ নিৰাপত্তা।

উত্তৰ:-

 

৭। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত আন্তর্জাতিক নিয়ম অনুসৰি পার্থক্য কি?

উত্তৰ:-

 

৮। আভ্যন্তৰীণভাবে বিতাড়িত বুলিলে কি বুজায়? উদাহৰণ দি বুজাই লিখা।

উত্তৰ:-

 

৯। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পার্থক্য লিখা। (উঃ মাঃ ২০১৩, ২০১৫, ২০২৪)

উত্তৰ:-

 

১০। প্রব্রজন আৰু মানৱীয় নিৰাপত্তাৰ মাজৰ সম্পর্ক কি? আলোচনা কৰা। (উঃ মাঃ ২০১৬)

উত্তৰ:-

 

অতি চমু প্ৰশ্নৰ উত্তৰ:

১। সন্ত্রাসবাদী সংগঠনে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি কৰেনে?

উত্তৰ:-  হয়, সন্ত্রাসবাদী সংগঠনে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত মাৰাত্মক ভাবুকি সৃষ্টি কৰে

 

২। জৈ অস্ত্র অভিৱর্তন কোন চনত হৈছিল?

উত্তৰ:-  ১৯৭২ চনত (Biological Weapons Convention)

 

৩। ৰাসায়নিক অস্ত্র অভিৱৰ্তন কোন চনত হৈছিল?

উত্তৰ:- ১৯৯২ চনত (Chemical Weapons Convention)

 

৪। জৈৱ অস্ত্র নিষিদ্ধকৰণ অভিৱর্তনত কিমানখন ৰাষ্ট্রই অংশগ্রহণ কৰিছিল।

উত্তৰ:- ১৫৫ খনতকৈ অধিক ৰাষ্ট্ৰই

 

৫। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত অস্ত্র নিয়ন্ত্ৰণৰ বাবে হোৱা চুক্তি এখনৰ নাম লিখা।

উত্তৰ:- অস্ত্ৰ সীমিতকৰণ চুক্তি (SALT) বা অস্ত্ৰ হ্ৰাসকৰণ চুক্তি (START)

 

৬। আমেৰিকা যুক্তৰাষ্ট্ৰই কি অস্ত্র নিষিদ্ধকৰণৰ বিৰোধিতা কৰিছিল?

উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰই জৈৱ অস্ত্ৰ অভিৱৰ্তনৰ (BWC) কঠোৰ নিৰীক্ষণ প্ৰট’কলৰ বিৰোধিতা কৰিছিল

 

৭। ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ ৭০ খন বাষ্ট্রই কিমানখন যুদ্ধত অৱতীর্ণ হৈছিল?

উত্তৰ:- ৯৩ খন যুদ্ধত

 

৮। পাৰমাণবিক অস্ত্র নিঃসম্প্রসাৰণ চুক্তি কোন চনত সম্পাদন কৰা হৈছিল? (উঃ মাঃ ২০১৫)

উত্তৰ:- ১৯৬৮ চনত

 

৯। উত্তৰ আৰু দক্ষিণৰ দেশসমূহৰ ভিতৰত কাৰ জনমূৰি আয় বেছি?

উত্তৰ:- উত্তৰৰ উন্নত দেশসমূহৰ

 

১০। জন্ম নিয়ন্ত্রণৰ জৰিয়তে জনমূৰি আয় বৃদ্ধি কৰিব পাৰিনে?

উত্তৰ:-  হয়, জন্ম নিয়ন্ত্ৰণৰ জৰিয়তে জনসংখ্যা বৃদ্ধিৰ হাৰ কমাই জনমূৰি আয় বৃদ্ধি কৰিব পাৰি

 

১১। মানৱ জাতিয়ে সম্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা। (উঃ মাঃ ২০১৬)

উত্তৰ:- (ক) গোলকীয় উষ্ণতা আৰু (খ) সন্ত্রাসবাদ

 

১২। মানৱ নিৰাপত্তাৰ প্রতি যিকোনো নতুন ভাবুকি এটা লিখা। (উঃ মাঃ ২০১৮, ২০২৪)

উত্তৰ:-  মহামাৰী (যেনে: ক’ভিড-১৯) বা গোলকীয় দৰিদ্ৰতা



 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত দ্বাদশ শ্ৰেণীৰ  (Class 12 Political Science Book Part-A) ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ ক-অংশৰ পঞ্চম অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!



Written By- Ankur Moni Nath



Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

 

Post a Comment

Previous Post Next Post