Introduction-"২০২৭ চনৰ ফাইনেল পৰীক্ষাৰ বাবে Political Science Part-B (ৰাজনীতি বিজ্ঞান খ- অংশ) ৰ এই এক দলীয় আধিপত্যৰ যুগ (Chapter 2) নামৰ পাঠটো অতি দৰকাৰী।ইয়াৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।"
Chapter-2
এক দলীয় আধিপত্যৰ যুগ
প্ৰশ্ন উত্তৰ সমূহ
১।
শুদ্ধ উত্তৰেৰে তলৰ খালী ঠাইবোৰ পূৰণ কৰা:-
(ক) ১৯৫২ চনত হোৱা (সাধাৰণ/নির্বাচনত লোকসভাৰ
লগতে আৰু
__________ (ভাৰতৰ ৰাষ্ট্রপতি/ৰাজ্যিক বিধানসভা/প্রধানমন্ত্রী) ৰ নির্বাচন অনুষ্ঠিত হৈছিল।
উত্তৰ:- ৰাজ্যিক বিধানসভা।
(খ)
প্রথম সাধাৰণ নির্বাচনত দ্বিতীয় সর্বসংখ্যক লোকসভাৰ আসন লাভ কৰা দল হ'ল _________ (প্রজা ছছিয়েলিষ্ট পার্টি, ভাৰতীয় জনসংঘ/ভাৰতৰ সাম্যবাদী দল/ভাৰতীয় জনতা দল)।
উত্তৰ:- ভাৰতৰ সাম্যবাদী দল।
(গ) স্বতন্ত্র দলৰ এটা পথ প্রদর্শক আদর্শগত নীতি আছিল (মজদুৰৰ
স্বার্থ, ৰাজ্যনাৰ ৰাজ্যক ৰক্ষণা-বেক্ষণ দিয়া ৰাষ্ট্ৰৰ নিয়ন্ত্রণৰ পৰা
অর্থনীতিক মুক্ত/ৰাজ্যবিলাকক
কেন্দ্ৰৰ ভিতৰতে স্বতন্ত্রতা)।
উত্তৰ:- ৰাষ্ট্ৰৰ নিয়ন্ত্রণৰ পৰা অর্থনীতিক মুক্ত কৰা।
(ঘ) স্বাধীনতাৰ পূর্বে মুছলীম লীগে আগবঢ়োৱা 'দ্বি জাতি তত্ব'ত অন্তর্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন আছিল _________ আৰু _________। (খালী ঠাই পুৰণ কৰা) (উঃ মাঃ ২০১৮)
উত্তৰ:- ভাৰত আৰু পাকিস্তান।
২।
তলত উল্লেখ কৰা
প্রথম তালিকা (ক) ৰ লগত দ্বিতীয় তালিকা (খ)ক মিলোৱা:
|
তালিকা 'ক' |
তালিকা 'খ' |
|
(ক)
এছ, এ.
জংগে |
(ক)
ভাৰতীয় জনতা দল |
|
(খ)
শ্যামা প্রসাদ মুখার্জী |
(খ)
স্বতন্ত্র দল |
|
(গ)
মিনো মাচানি |
(গ)
প্রজা ছ'ছিয়েলিস্ট
পার্টি |
|
(ঘ)
অশোক মেহতা |
(ঘ)
ভাৰতীয় সাম্যবাদী দল (চি. পি. আই) |
উত্তৰ:-
৩।
তলত এক-দলীয় আধিপত্যৰ চাৰিটা উক্তি দিয়া হৈছে, ইয়াৰ প্রত্যেকটোৰ বিপৰিতে তুমি 'ভুল' বা ' শুদ্ধ' চিহ্নিত কৰা।
(ক) শক্তিশালী অন্য দল নথকা হেতুকে ভাৰতবৰ্ষত
এটা দলে আধিপত্য বিস্তাৰ কৰিছে।
উত্তৰ:- শুদ্ধ।
(খ) দুর্বল জনমতৰ বাবে এটা দলৰ আধিপত্য ঘটিছে;
উত্তৰ:- অশুদ্ধ।
(গ) এটা দলৰ আধিপত্য ৰাষ্ট্ৰৰ পূৰ্বৰ ঔপনিবেশিকতাৰ লগত সম্পর্কযুক্ত;
উত্তৰ:- শুদ্ধ।
(ঘ) এটা দলৰ আধিপত্যই ৰাষ্ট্ৰখনৰ গণতান্ত্রিক
আদৰ্শৰ অনুপস্থিতি প্রতিফলিত কৰে।
উত্তৰ:- অশুদ্ধ।
(ঙ) ভাৰতত বহুদলীয় ব্যৱস্থা আছে। (উঃ মাঃ ২০২০)
উত্তৰ:- শুদ্ধ।
৪।
ভাৰতবৰ্ষৰ প্ৰথম সাধাৰণ নির্বাচনৰ পিছত যদি জনসংঘ বা ভাৰতীয় সাম্যবাদী দলে চৰকাৰ গঠন কৰিলেহেঁতেন, তেন্তে চৰকাৰৰ নীতিৰ কেনে ধৰণৰ পাৰ্থক্য হ'লহেঁতেন? এটা পার্থক্য উল্লেখ কৰা।
উত্তৰ:-
৫।
ভাৰতত বিৰোধী দলৰ ভূমিকাৰ বিষয়ে চমুলৈ লিখা।
উত্তৰ:-
৬।
চমু প্রশ্ন:
(ক) ৰাষ্ট্ৰীয় পর্যায়ত কংগ্ৰেছৰ আধিপত্যৰ
প্ৰকৃতি সম্পর্কে চমুকৈ বিশ্লেষণ কৰা। (উঃ মাঃ ২০১৪)
উত্তৰ:-
(খ) ৰাজ্যিক পর্যায়ত কংগ্ৰেছৰ অ-নিয়মিত আধিপত্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:-
(গ) কংগ্ৰেছৰ সমন্বয়ৰ প্ৰকৃতি বুলিলে কি বুজায়? চমুকৈ লিখা।
উত্তৰ:-
(ঘ) প্রথম তিনিটা সাধাৰণ নির্বাচনত কংগ্ৰেছ
দলৰ অধিপত্য বিশ্লেষণ কৰা। (উঃ মাঃ ২০১২, '১৫)
উত্তৰ:-
(চ) প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ
আধিপত্য ব্যাখ্যা কৰা। (উঃ মাঃ ২০১৫)
উত্তৰ:-
৭।
চমু টোকা লিখাঃ
(ক) সমাজবাদী দল
উত্তৰ:-
(খ) ভাৰতীয় সাম্যবাদী দল
উত্তৰ:-
(গ) ভাৰতীয় জনসংঘ
উত্তৰ:-
(ঙ) ভাৰতীয় জনতা পার্টি (বি. জে. পি.)
উত্তৰ:-
(ঘ) স্বতন্ত্র দল
উত্তৰ:-
৮।
ভাৰতত প্রকৃত বিৰোধী দল থকাটো পৰিলক্ষিত হয়নে? তোমাৰ মতৰ সমর্থনত চাৰিটা যুক্তি দিয়া।
উত্তৰ:-
৯।
ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। (উঃ মাঃ ২০১৬)
উত্তৰ:- ১) বহুদলীয়
ব্যৱস্থা — ভাৰতত বহুতো ৰাজনৈতিক দল আছে, যাৰ ফলত নিৰ্বাচনত বিভিন্ন বিকল্প পোৱা যায়।
২) এটা দলৰ আধিপত্য (প্ৰাৰম্ভিক কালত) — স্বাধীনতাৰ পাছৰ সময়ছোৱাত এটা বিশেষ দলে (বিশেষকৈ কংগ্ৰেছ) দীৰ্ঘসময় ধৰি ৰাজনীতিত আধিপত্য বিস্তাৰ কৰিছিল।
১০।
ভাৰতীয় জনসংঘৰ যিকোনো দুটা আদর্শ উল্লেখ কৰা। (উঃ মাঃ ২০২০)
উত্তৰ:-
১১।
ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথমগৰাকী মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল? (উঃ মাঃ ২০২০)
উত্তৰ:-
১২।
অতি চমু প্ৰশ্নৰ উত্তৰ:
১।
ভাৰতৰ প্ৰথম সাধাৰণ
নির্বাচন কোন চনত অনুষ্ঠিত হৈছিল?
উত্তৰ:- চনত।
২।
ভাৰতৰ প্ৰথমগৰাকী মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল? (উঃ মাঃ ২০১৫)
উত্তৰ:- সুকুমাৰ সেন।
৩।
ভাৰতৰ প্রথম লোকসভাৰ সাধাৰণ নির্বাচনত কংগ্ৰেছ দলে কিমানখন আসন লাভ কৰিছিল।
উত্তৰ:- ৩৬৪খন আসন।
৪।
ভাৰতৰ প্রথম লোকসভাৰ সাধাৰণ নির্বাচনত কোন দলে চৰকাৰ গঠন কৰিছিল?
উত্তৰ:- ভাৰতীয় জাতীয় কংগ্ৰেছ দলে।
৫। ভাৰতৰ দ্বিতীয় লোকসভাৰ সাধাৰণ নির্বাচন কোন চনত
অনুষ্ঠিত হৈছিল।
উত্তৰ:- ১৯৫৭ চনত।
৬। ভাৰতৰ তৃতীয় সাধাৰণ লোকসভাৰ সাধাৰণ নির্বাচন কোন চনত অনুষ্ঠিত
হৈছিল?
উত্তৰ:- ১৯৬২ চনত।
৭। এক
দলৰ আধিপত্য থকা ভাৰতৰ বাহিৰে আন এখন বাষ্ট্রৰ
নাম লিখা।
উত্তৰ:- চীন।
৮। ভাৰতীয় কংগ্ৰেছ দলৰ ৰাজ্যিক পর্যায়ত কোন চনৰ পৰা
বিপর্যয় আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৬৭ চনৰ পৰা।
৯। ভাৰতীয় কংগ্ৰেছ দল কোন চনলৈকে কেন্দ্রত
একচেটিয়াভাবে শাসনত আধিষ্ঠিত আছিল?
উত্তৰ:- ১৯৭৭ চনলৈকে।
১০।
সমাজবাদী দল কি আদর্শৰ ওপৰত বিশ্বাসী?
উত্তৰ:- সমাজবাদ (Socialism)।
১১।
সমাজবাদী দলৰ আদৰ্শত বর্তমান ভাৰতত গঠন হোৱা এটা ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰ:- সমাজবাদী
পাৰ্টি।
১২।
ভাৰতৰ সাম্যবাদী দলৰ প্রথম বিভাজন কোন চনত হৈছিল?
উত্তৰ:- ১৯৬৪ চনত।
১৩।
ভাৰতৰ সাম্যবাদী দল কোন ৰাষ্ট্ৰৰ আদৰ্শৰ সমর্থক?
উত্তৰ:- ছোভিয়েট
ইউনিয়ন।
১৪।
ভাৰতীয় জনসংঘৰ মূল কি?
উত্তৰ:- ৰাষ্ট্ৰীয়
স্বয়ংসেৱক সংঘ (RSS)।
১৫।
স্বতন্ত্র দল ৰাস্ত্রীয়কৰণৰ পক্ষপাতি নে?
উত্তৰ:- নহয়, ই
ৰাষ্ট্ৰীয়কৰণৰ বিপক্ষে আছিল।
১৬।
স্বতন্ত্র দল কোন চনত গঠিত হৈছিল?
উত্তৰ:- ১৯৫৯ চনত।
১৭।
ভাৰতীয় জনতা পার্টি (বি. জে. পি) ৰ মূল কোনটো দল?
উত্তৰ:- ভাৰতীয়
জনসংঘ।
১৮।
কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্রেছ প্রতিষ্ঠা কৰিছিল?
উত্তৰ:- ১৮৮৫ চনত
এ. অ’ হিউমে প্রতিষ্ঠা কৰিছিল।
১৯।
ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল আৰু সেই দলৰ প্রতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তৰ:- ১৯৫১ চনত
গঠন কৰা হৈছিল আৰু প্রতিষ্ঠাপক সভাপতি আছিল শ্যামাপ্ৰসাদ মুখাৰ্জী।
২০।
১৯৫৬ চনত ৰাজ্য পুনৰগঠন আইনৰ ভিত্তিত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা।
উত্তৰ:- আন্ধ্ৰ
প্ৰদেশ।
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত দ্বাদশ শ্ৰেণীৰ (Class 12 Political Science Book Part-B) ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ খ-অংশৰ দ্বিতীয় অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত দ্বাদশ শ্ৰেণীৰ (Class 12 Political Science Book Part-B) ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ খ-অংশৰ দ্বিতীয় অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
Post a Comment