Posts

পৰিকল্পিত বিকাশৰ ৰাজনীতি Solution। AHSEC Class 12 Political Science Book Part-B Chapter 3 Textual Question Answers | Class 12 Political Science Book Part-B Chapter 3 (Politics of Planned Development) Solutions | পৰিকল্পিত বিকাশৰ ৰাজনীতি তৃতীয় অধ্যায় পাঠভিত্তিক প্ৰশ্ন উত্তৰ | Politics of Planned Development Chapter 3 Textual Question Answers|

 Introduction-"২০২৭ চনৰ ফাইনেল পৰীক্ষাৰ বাবে Political Science Part-B (ৰাজনীতি বিজ্ঞান খ- অংশ) ৰ এই পৰিকল্পিত বিকাশৰ ৰাজনীতি (Chapter 3) নামৰ পাঠটো অতি দৰকাৰী।ইয়াৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।" 


Chapter-2

পৰিকল্পিত বিকাশৰ ৰাজনীতি


প্ৰশ্ন উত্তৰ সমূহ

১। বোম্বাই আঁচনিৰ বিষয়ে তলত উল্লেখ কৰা কোনটো উক্তি অশুদ্ধ:

(ক) ই ভাতৰ অর্থনৈতিক ভৱিষ্যতৰ আঁচনি আছিল।

(খ) ই উদ্যোগৰ ক্ষেত্ৰত ৰাজ্যৰ মালিকীস্বত্বক সমর্থন কৰিছিল।

(গ) এইখন কিছুমান আগশাৰীৰ উদ্যোগপতীয়ে তৈয়াৰ কৰিছিল।

(ঘ) ই পৰিকল্পনাৰ ধাৰণাটোক দৃঢ়ভাৱে সমর্থন কৰিছিল।

উত্তৰ:- (ক) ই ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যৰ আঁচনি আছিল।

 

২। তলত উল্লেখ কৰা কোনটো ধাৰণা ভাৰতৰ বিকাশ নীতিৰ আৰম্ভণিৰ সময়ছোৱাৰ অংশ নাছিল:

(ক) পৰিকল্পনা,

(খ) সমবায় কৃষিপাম,

(গ) উদাৰীকৰণ,

(ঘ) স্বাৱলম্বিতা।

উত্তৰ:- গ) উদাৰীকৰণ


৩। ভাৰতৰ পৰিকল্পনাৰ ধাৰণাটো লোৱা হৈছিল:

(ক) বোম্বাই পৰিকল্পনাৰ পৰা।

(খ) ছোভিয়েট অভিজ্ঞতাৰা

(গ) সমাজৰ বিষয়ে গান্ধীজীৰ দৃষ্টিভংগীৰ পৰা।

(ঘ) কৃষক সংগঠনসমূহৰ দাবীৰ পৰা

 

(i) খ আৰু ঘ,

(ii) ক আৰু খ,

(iii) ঘ আৰু গ

(iv) আটাইকেইটা।

উত্তৰ:-

 

৪। শুদ্ধকৈ মিলোৱা:

(ক) চৰণ সিং

 

(i) উদ্যোগীকৰণ

 

(খ) পি. চি. মহলানবিচ

 

(ii) মণ্ডলীকৰণ (Zoning)

 

(গ) বিহাৰ দুর্ভিক্ষ

 

(iii) কৃষক

 

 

উত্তৰ:-

 

৫। স্বাধীনতাৰ সময়ত বিকাশৰ বাবে গ্রহণ কৰা পদ্ধতিসমূহৰ প্রধান পার্থক্যসমূহ কি আছিল? বিতর্কসমূহ সমাধান হৈছেনে?

উত্তৰ:-

 

৬। প্রথম পঞ্চবার্ষিক পৰিকল্পনাত কিহৰ ওপৰত অধিক গুরুত্ব দিয়া হৈছিল? দ্বিতীয় পৰিকল্পনা প্রথম পৰিকল্পনাতকৈ কি বিষয়ত পৃথক আছিল?

উত্তৰ:-

 

৭। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু এক্ষেত্রত বিকাশৰ ক্ষেত্ৰত হোৱা বিতর্কৰ প্রধান যুক্তিসমূহ ব্যাখ্যা কৰা (উঃ মাঃ ২০১৮)

উত্তৰ:-

 

৮। ভাৰতৰ নীতি নির্ধাৰকসকলে অর্থনীতিত ৰাষ্ট্র ভুমিকাৰ ওপৰত গুৰুত্ব দি ভুল কৰিছিল। আৰম্ভণিৰেৰা ব্যক্তিগত খণ্ডক মুক্তভাবে কাম কৰিবলৈ দিলে ভাৰতে আৰু অধিক বিকাশ লাভ কৰিব পাৰিলেহেঁতেন- এই বিবৃতিটোৰ সপক্ষে আৰু বিপক্ষে যুক্তি আগবঢ়োৱা।

উত্তৰ:-

 

১। বস্তুনিষ্ঠ প্রশ্নালীৰ উত্তৰ দিয়া:

(ক) কোন ভাৰতীয় চিন্তাশীল ব্যক্তিয়ে ভাৰতত পৰিকল্পনা লাগে বুলি প্রথমে কৈছিল?

উত্তৰ:-

 

(খ) পৰিকল্পনাৰ ধাৰণাটো ভাতে ক'ৰ পৰা লৈছিল।

উত্তৰ:-

 

(গ) পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? (উঃ মাঃ ২০১৪)

উত্তৰ:-

 

(ঘ) কোন বছৰৰ পৰা প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল।

উত্তৰ:-

 

(ঙ) কেতিয়াৰ পৰা দশম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল?

উত্তৰ:-

 

(চ) দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ উদ্দেশ্যটো কি?

উত্তৰ:-

 

(ছ) পৰিকল্পনাকাৰীসকলৰ মূল লক্ষ্য কি?

উত্তৰ:-

 

(জ) ভাতৰ বিকাশৰ কাৰণে প্রথম গুৰুত্ব কিহৰ ওপৰত দিয়া হৈছিল?

উত্তৰ:-

 

(ঝ) বর্তমানলৈ কেইখন পঞ্চবার্ষিক পৰিকল্পনা সম্পূর্ণ কৰা হৈছে?

উত্তৰ:-

 

(ঞ) বর্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্রতিষ্ঠান গঢ়ি তোলা হৈছে। (উঃ মাঃ ২০১৭)

 

উত্তৰ:-

 

(ট) ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা। (উঃ মাঃ ২০২০)

উত্তৰ:-

 

১০। শুদ্ধ নে অশুদ্ধ লিখা:

(ক) পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল ১৯৫০ চনত।

উত্তৰ:-

 

১১। শুদ্ধ উত্তৰ বাছি উলিওৱা:

(ক) ভাৰতৰ পৰিকল্পনাৰ যন্ত্ৰ হিচাপে ধাৰণা কৰা হৈছিল---

(i) ৰাজনৈতিক বিকাশক

(ii) সাংস্কৃতিক বিকাশক

iii) সামাজিক বিকাশক

(iv) সামাজিক অর্থনৈতিক বিকাশক

উত্তৰ:-

 

(খ) ভাৰতত বর্তমানলৈ কেইখন পঞ্চবার্ষিক পৰিকল্পনা সম্পূর্ণ কৰা হৈছে---

(i) দহখন

(ii) ছয়খন

(iii) আঠখন

(iv) এঘাৰখন

উত্তৰ:-

 

(গ) কুৰি দফীয়া আঁচনি গ্রহণ কৰিছিল-

(i) জৱাহৰলাল নেহৰুৱে

(ii) ইন্দিৰা গান্ধীয়ে

(iii) ৰাজীৱ গান্ধীয়ে

(iv) সিংহ ৰাৱে

উত্তৰ:-

 

(ঘ) "গৰীরী হটাও" ধ্বনি দিছিল-

(i) ১৯৬৯ চনত

 (ii) ১৯৭০ চনত

(iii) ১৯৭১ চনত

(iv) ১৯৭৫ চনত

উত্তৰ:-

 

১২। চমু প্রশ্নঃ

 (ক) ভাৰতৰ বিকাশত পৰিকল্পনাৰ ভূমিকা কি?

উত্তৰ:-

 

(খ) অর্থনৈতিক পৰিকল্পনাৰ দুটা সুবিধা লিখা।

উত্তৰ:-

 

(গ) প্রথম বঞ্চবার্ষিক পৰিকল্পনাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ:-

 

(ঘ) কোন বছৰত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল। ।

উত্তৰ:-

 

(ঙ) প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা

উত্তৰ:-

 

(চ) দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ দুটা প্রধান উদ্দেশ্য লিখা।

উত্তৰ:-

 

(ছ) তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ দুটা প্রধান উদ্দেশ্য লিখা।

উত্তৰ:-

 

(জ) জাতীয় পৰিকল্পনা সমিতি কেতিয়া প্রতিষ্ঠা কৰা হৈছিল আৰু কোন তাৰ সভাপতি আছিল?

উত্তৰ:-

 

(খ) ভাৰত নতুন অর্থনৈতিক নীতি কোনে ঘোষণা কৰিছিল? ইয়াৰ প্ৰধান উদ্ভাৱক কোন আছিল?

উত্তৰ:-

 

(ঞ) বোম্বাই পৰিকল্পনা কি আছিল? (উঃ মাঃ ২০১২)

 

উত্তৰ:-

 

(ট) পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা (উঃ মাঃ ২০১৩)

উত্তৰ:-

 

১৩। চমুটোকা:

(ক) প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ লক্ষ্যবোৰ কি আছিল।

উত্তৰ:-

 

(খ) দেশৰ সামাজিক আৰু অর্থনৈতিক বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা কি?

উত্তৰ:-

 

(গ) ভাতৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা।

উত্তৰ:-

 

(ঘ) মিশ্র অর্থনীতিৰ ওপৰত এটা টোকা লিখা।

উত্তৰ:-

 

(ঙ) বজা অর্থনীতিত পৰিকল্পনাৰ প্রাসঙ্গিকতা আছেনে? আলোচনা কৰা।

উত্তৰ:-

 

(চ) পৰিকল্পনাৰ অর্থ ব্যাখ্যা করা।

উত্তৰ:-

 

(ছ) ভাৰত দুর্ভিক্ষৰ বিষয়ে আলোচনা কৰা।

উত্তৰ:-

 

(জ) ভাৰতৰ পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ লিখা (উঃ মাঃ ২০১৬)

 

উত্তৰ:-

 

১৪। বচনাধর্মী প্রশ্নঃ

(ক) পৰিকল্পনা মানে কি বুজা? বিকাশৰ বাবে ইয়াৰ প্রয়োজনীয়তা কি?

উত্তৰ:-

 

(খ) ভাৰতৰ পৰিকল্পনা আয়োগৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰ:-

 

(গ) ভাৰতত পৰিকল্পনাৰ প্ৰথম উদেশ্যসমূহ কি কি? (উঃ মাঃ ২০১৬)

উত্তৰ:-

 

(ঘ) ভাৰতত পৰিকল্পিত বিকাশৰ চমু বিৱৰণ দিয়া। (উঃ মাঃ ২০১৫)

উত্তৰ:-

 

(ঙ) দ্বিতীয় পৰিকল্পনাৰ পাছত ভাৰতৰ কৃষি বনাম শিল্পৰ ক্ষেত্ৰত হোৱা বিতর্ক আলোচনা কৰা।

উত্তৰ:-

 

(চ) বিকাশৰ ধাৰণাটো চমুকৈ বর্ণনা কৰা। (উঃ মাঃ ২০১৬)

উত্তৰ:-

 

(ছ) প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ ওপৰত চমুকৈ আলোচনা কৰা।

উত্তৰ:-

 

(জ) ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ মাজত বিতৰ্কৰ ওপৰত এটা চমু আলোচনা কৰা।

উত্তৰ:-

 

() পৰিকল্পনা আয়োগ ভাতত কেতিয়া গঠন হৈছিল? পরিকল্পনা আয়োগৰ ভূমিকা আলোচনা ৰা (উঃ মাঃ ২০১২)

উত্তৰ:-

 

(ঞ) ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতর্কসমূহৰ বিষয়ে আলোচনা কৰা। (উঃ মাঃ ২০১৩, ২০১৭)

উত্তৰ:-

 

( ট) আৰম্ভণিৰ সময়ছোৱাত ভাৰতত পৰিকল্পনাৰ সৈতে জড়িত বিতর্ক দুটা আলোচনা কৰা (উঃ মাঃ ২০১৫)

উত্তৰ:-

 

(ঠ) পৰিকল্পিত বিকাশ মানে কি বুজা? ভাৰতৰ বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। (উঃ মাঃ ২০১৮)

উত্তৰ:-

 

(ড) দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজত উদ্ভৱ হোৱা বিতৰ্কৰ বর্ণনা কৰা। (উঃ মাঃ ২০২০)

উত্তৰ:-




 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত দ্বাদশ শ্ৰেণীৰ  (Class 12 Political Science Book Part-B) ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ খ-অংশৰ তৃতীয় অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!



Written By- Ankur Moni Nath



Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment

Previous Post Next Post