Class 10 General Science Book Chapter 1 Textual Solutions Available 2026| General Science Book Class 10 Chapter 1 Solutions Assamese Medium। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ।

Introduction- (2026) Class 10 General Science Book Chapter 1 Solutions Available| General Science Book Class 10 Chapter 1 Solutions Assamese Medium। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ


Chapter-1

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

অনুশীলনী

 

1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?

2PbO(s) + C(s) 2Pb(s) + CO(g)

(a) লেড বিজাৰিত হৈছে।

(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।

(c) কার্বন জাৰিত হৈছে।

(d) লেড অক্সাইড বিজাৰিত হৈছে।

(i) (a) আৰু (b)

(ii) (a) আৰু (c)

(iii) (a), (b) আৰু (c)

(iv) সকলো

Ans: (i) (a) আৰু (b)

 

2. Fe2O3 + 2A1 Al2O3 + 2Fe

ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ

(a) এটা সংযোজন বিক্ৰিয়াৰ

b) এটা দ্বিঅপসাণ বিক্রিয়াৰ

(c) এটা বিযোজন বিক্রিয়াৰ

(d) এটা অপসৰণ বিক্রিয়াৰ

Ans: (d) এটা অপসৰণ বিক্রিয়াৰ

 

3. কি ঘটে যেতিয়া লঘু হাইড্র'ক্ল 'ৰিক এছিড লো গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া।

(a) হাইড্র'জৈন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।

(b) ক্ল'ৰি গেছ আৰু আইৰন হাইড্র 'ক্সাইড উৎপন্ন হয়।

(c) বিক্রিয়া নঘটে।

(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।

Ans: (a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়।

 

4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?

Ans: যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিজাত পদাৰ্থৰ উভয় পক্ষতে প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা সমান হৈ থাকে, তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

ভৰৰ নিত্যতা সূত্ৰ অনুসৰি, যিকোনো ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ নহয়। সেয়েহে, বিক্ৰিয়াৰ আগৰ আৰু পিছৰ মুঠ ভৰ সমান ৰাখিবলৈ সমীকৰণসমূহ সন্তুলিত কৰিব লাগে।

 

5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।

(a) হাইড্র' জৈন গেছে নাইট্র জৈনৰে সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে।

Ans: 3H(g) + H(g) 2NH(g)

                                           

(b) হাইড্র'জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।

Ans: 2HS(g) + 3O(g) 2HO (l) + 2SO(g)

 

(c) বেৰিয়াম ক্ল'ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্ল'ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।

Ans: 3BaCl(aq) + Al(SO)(aq) 2AICI(aq) + 3BaSO(S)

 

(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্রিয়া কৰি পটেছিয়াম হাইড্র 'ক্সাইড আৰু হাইড্র'জেন গেছ উৎপন্ন কৰে।

Ans: 2K(s) + 2HO(l) 2KOH + H(g)


6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তলন কৰা।

(a) HNO, + Ca(OH), Ca(NO), + HO

Ans: 2HNO (aq) + Ca(OH) Ca(NO) + 2H O         

 

(b) NaOH + HSO NaSO + HO

Ans: 2NaOH + HSO   Na SO + 2HO

 

(c) NaCl+ AgNO, AgCl + NaNO,

Ans: NaCl+ AgNO, AgCl + NaNO

 

(d) BaCl+HSO BaSO + HCl

Ans: BaCl + HSO BaSO+ 2HCl

               

7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।

(a) কেলছিয়াম হাইড্র'ক্সাইড কার্বন ডাই অস্কাইড কেলছিয়াম কার্বনেট পানী।

Ans: Ca(OH)+ CO CaCO + HO

 

(b) যিংক ছিলভাৰ নাইট্রেট যিংক নাইট্রেট ছিলভাব।

Ans: Zn + 2AgNO Zn (NO) + 2Ag                     

 

(c) এলুমিনিয়াম ক'পাৰ ক্ল'বাইড এলুমিনিয়াম ক্ল'ৰাইড ক'পাৰ।

Ans: 2Al + 3CuCI 2AICI + 3Cu

 

(d) বেৰিয়াম ক্ল'ৰাইড পটেছিয়াম ছালফেট বেৰিয়াম ছালফেট পটেছিয়াম ক্ল'ৰাইড।

Ans: BaCl + KSO BaSO + 2KCI

 

৪. তলত দিয়াবোৰৰ বাবে সন্তুলিত বাসায়নিক সমীকৰণ লিখা আৰু প্রতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত কৰা।

(a) পটেছিয়াম ব্র'মাইড (aq) বেৰিয়াম আয়'ডাইড (aq) পটেছিয়াম আয়'ডাইড (aq) + বেবিয়াম ব্র'মাইড (s)

Ans: 2KBr (aq) + Bal (aq) 2KI (aq) + BaBr (S) (দ্বি-অপসৰণ বিক্ৰিয়া)

 

(b) বিংক কার্বনেট (s) যিংক অক্সাইড (s) কার্বন ডাই অক্সাইড (g)

Ans: ZnCO(s) ZnO(S) + CO(g) (বিযোজন বিক্ৰিয়া)

 

(c) হাইড্র'জেন (g) ক্ল'বিন (g) হাইড্র'জেন ক্ল'ৰাইড (g)

Ans: H(g) + Cl(g) 2HCl(g) (সংযোজন বিক্ৰিয়া)

 

(d) মেগনেছিয়াম (s) হাইড্র'ক্ল বিক এছিড (aq) মেগনেছিয়াম ক্ল'বাইড (aq) হাইড্র'জেন (g)

Ans: Mg(s) + 2HCl (aq) MgCI (aq) + H (g) (অপসৰণ বিক্ৰিয়া)

 

9. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

Ans: যি ৰাসায়নিক বিক্ৰিয়াত তাপ বৰ্জিত হয় তাকে তাপবৰ্জী বিক্ৰিয়া বোলে।

উদাহৰণ- CH4(g) + 2O2(g) → CO2 + 2H2O(g)                

 

যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।

উদাহৰণ- উদাহৰণস্বৰূপে, N2 বায়ুৰ O2 ৰ সৈতে অতিকৈ উচ্চ উষ্ণতাত (3,000oc) বিক্ৰিয়া সংঘটিত কৰি নাইট্ৰিক অক্সাইড(NO) উৎপন্ন কৰোতে প্ৰচুৰ পৰিমাণে তাপ শোষণ কৰে।

N (g) + O (g)              

 

10. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা

Ans: শ্বসন প্ৰক্ৰিয়াত আমাৰ কোষত থকা গ্লুক’জ অক্সিজেনৰ সৈতে লগ লাগি জাৰিত হয় আৰু শক্তি (তাপ) উৎপন্ন কৰে। যিহেতু এই প্ৰক্ৰিয়াত শক্তি নিৰ্গত হয়, সেয়েহে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বোলে।

CH₁₂O + 6O  6CO + 6HO + শক্তি

 

11. বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা।

Ans: সংযোজন বিক্ৰিয়াত দুই বা ততোধিক পদাৰ্থ লগ হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে। আনহাতে, বিযোজন বিক্ৰিয়াত এটা পদাৰ্থ ভাঙি দুই বা ততোধিক সৰল পদাৰ্থ উৎপন্ন হয়।

সংযোজন বিক্ৰিয়া

2H + O 2HO

বিযোজন বিক্ৰিয়া

2H 2H + O

 

12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা।

Ans:           

 

13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা।

Ans:           

 

14. ছিলভাৰৰ পৰিশোধনত ছিলভাব নাইট্রেট দ্ৰবৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক'পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্রিয়াটো লিখা।

Ans:

 

15. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।

Ans:           

 

16. অক্সিজেন লাভ আৰু হেকরা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।

(a) জাণ।

Ans:           

 

(b) বিজাৰণ।

Ans:    

 

17. এটা উজ্জ্বল মুগা বঙৰ মৌল 'X' ক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল 'X' আৰু উৎপন্ন হোৱা ক'লা বঙৰ যৌগটোৰ নাম লিখা।

Ans:           

 

18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয়?

Ans:           

 

19.তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্র'জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয়?

Ans:           

 

20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।

(a) ক্ষয়ীভৱন।

Ans:           

 

(b) চর্বিৰ দুর্গন্ধিতা।

Ans:           

 

Written By Bhaskar Jyoti Nath

 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত নৱম শ্ৰেণীৰ (Class 10 General Science Book) সমাজ বিজ্ঞান পাঠ্যপুথিৰ বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ (2026) প্ৰথম অধ্য়ায় (Chapter 1) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA দশম শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!


Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment

Previous Post Next Post