Posts

সমসায়িক দক্ষিণ এছিয়া বা সাম্প্ৰতিক দক্ষিণ এছিয়া Solution। AHSEC Class 12 Political Science Book Part-A Chapter 3 Textual Question Answers | Class 12 Political Science Book Part-A Chapter 3 (Contemporary South Asia) Solutions | সমসায়িক দক্ষিণ এছিয়া বা সাম্প্ৰতিক দক্ষিণ এছিয়া ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ ক-অংশৰ তৃতীয় অধ্যায় পাঠভিত্তিক প্ৰশ্ন উত্তৰ | Contemporary South Asia Chapter 3 Textual Question Answers|

 Introduction-"২০২৭ চনৰ ফাইনেল পৰীক্ষাৰ বাবে Political Science Part-A (ৰাজনীতি বিজ্ঞান ক-অংশ) ৰ এই সমসায়িক দক্ষিণ এছিয়া বা সাম্প্ৰতিক দক্ষিণ এছিয়া (Chapter 3) পাঠটো অতি দৰকাৰী। ইয়াৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।"


Chapter- 3

সাম্প্ৰতিক দক্ষিণ 


প্রশ্নঃ উত্তৰ দিয়াঃ

১। দেশখন চিনাক্ত কৰা:

(ক) ৰাজতন্ত্রৰ সমর্থক, গণতন্ত্রপ্রেমী গোটসমূহৰ মাজত সংঘর্ষ আৰু সন্ত্রাসবাদীয়ে ৰাজনৈতিক অস্থিবতাৰ সৃষ্টি কৰা দেশ।

উত্তৰ:- নেপাল।


(খ) ভূমি পৰিবেষ্টিত (Landlocked) বহু দলীয় প্রতিযোগিতা দেশ।

উত্তৰ:- নেপাল / ভূটান।


( গ) দক্ষিণ-এছিয়া অঞ্চলত প্রথম মুক্ত অর্থনীতি প্রচলন কৰা দেশ।

উত্তৰ:- শ্ৰীলংকা।


(ঘ) সামৰিক বাহিনী আৰু গণতন্ত্রৰ সমর্থকৰ মাজত সংঘাত আৰু সামৰিক শাসন গণতন্ত্রৰ ওপৰত প্রতিষ্ঠিত।

উত্তৰ:- পাকিস্তান।


(ঙ) মধ্যভাগত অৱস্থিত আৰু বেছিভাগ দক্ষিণ এছিয়া দেশৰ সীমাৰ সৈতে সংলগ্ন।

উত্তৰ:- ভাৰত।


(চ) বর্তমান গণৰাজ্য, পূর্বতে দ্বীপটোত চুলতান ৰাষ্ট্রৰ মুৰব্বী আছিল।

উত্তৰ:- মালদ্বীপ।


(ছ) ভূমি পৰিবেষ্টিত ৰাজতন্ত্র প্রচলিত দেশ।

উত্তৰ:- ভূটান।


২। তলত উল্লেখিত কোনবোৰ উক্তি দক্ষিণ এথিয়া সন্দর্ভত অশুদ্ধ:

(ক) দক্ষিণ এছিয়াৰ সকলোবোৰ দেশ গণতান্ত্রিক।

উত্তৰ:- অশুদ্ধ।


(খ) বাংলাদেশ আৰু ভাৰতৰ মাজত পানীক ভাগ-বটোৱাৰাক লৈ এখন চুক্তি স্বাক্ষৰ হৈছিল।

উত্তৰ:- শুদ্ধ। (ফাৰাক্কা চুক্তি)।


(গ) চাফটা (SAFTA) দ্বাদশ ছার্কৰ সম্মিলনত ইছলামাবাদত স্বাক্ষৰিত হৈছিল।

উত্তৰ:- শুদ্ধ।


(ঘ) দক্ষিণ এছিয়াৰ ৰাজনীতিত চীন আৰু আমেৰিকাই প্রভাৱশালী ভূমিকা পালন কৰিছে।

উত্তৰ:- শুদ্ধ।


৩। গণতান্ত্রিক অভিজ্ঞতা থকা বাংলাদেশ আৰু পাকিস্তানৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ লিখা।

উত্তৰ:-


৪। নেপালৰ গণতন্ত্রৰ প্রতি অহা তিনিটা ভাবুকি লিখা।

উত্তৰ:- নেপালৰ গণতন্ত্রৰ প্রতি অহা তিনিটা ভাবুকি হৈছে-

১. ৰাজনৈতিক অস্থিৰতা আৰু মিত্ৰজোঁটৰ দুৰ্বলতা:- নেপালত কোনো এটা দলেই এককভাৱে সংখ্যাগৰিষ্ঠতা পোৱাত ব্যৰ্থ হোৱাৰ বাবে সঘনাই মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলগীয়া হয়। এই চৰকাৰবোৰৰ আচাৰ-ব্যৱহাৰত অস্থিতিশীল হোৱাৰ বাবে গণতন্ত্ৰটো দুৰ্বল হৈ পৰিছে

২. ৰাজতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ মোহ:- গণতন্ত্ৰৰ অধীনত আশানুৰূপ উন্নয়ন আৰু ৰাজনৈতিক স্থিতিশীলতা নোপোৱাৰ বাবে নেপালৰ জনসাধাৰণৰ একাংশই পুনৰ ৰাজতন্ত্ৰ ঘূৰাই আনিবলৈ কাঠমাণ্ডুৰ দৰে চহৰত প্ৰতিবাদ সাব্যস্ত কৰিছে 

৩. বৈদেশিক হস্তক্ষেপ আৰু আদৰ্শগত সংঘাত:- চীন আৰু ভাৰতৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰৰ কৌশলগত প্ৰভাৱ আৰু নেপালৰ ভিতৰুৱা ৰাজনীতিত মাওবাদী আদৰ্শৰ প্ৰভাৱে দেশখনৰ গণতান্ত্ৰিক গাঁথনিটোক প্ৰত্যাহ্বান জনাই আহিছে

এই তিনিটাই হৈছে নেপালৰ গণতন্ত্ৰৰ প্ৰতি অহা তিনিটা প্ৰধান ভাবুকি।


৫। শ্রীলংকাত জাতিগত গোষ্ঠী সংঘাতৰ প্রধান নায়ক কোন আছিল? এই সংঘাতৰ নিষ্পত্তিকৰণৰ সম্ভাবনীয়তা তুমি কেনেদৰে মূল্যায়ন কৰিবা।

উত্তৰ:- শ্রীলংকাত জাতিগত গোষ্ঠী সংঘাতৰ প্রধান নায়ক আছিল-ভেলুপিল্লাই প্ৰভাকৰণ।


 

৬। ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা বৰ্তমানৰ কেইখনমান চুক্তি উল্লেখ কৰা। আমি নিশ্চিতভাবে ক'ৰ পাৰোনে যে দুয়োখন দেশে বন্ধুত্ব স্থাপনৰ ক্ষেত্রত সঠিক পথেৰে আগবাঢ়িব পাৰিছে?

উত্তৰ:-


৭। সুস্থিৰ গণতন্ত্র প্রতিষ্ঠাৰ ক্ষেত্রত পাকিস্তানৰ ব্যর্থতাৰ দুটা কাৰণ আলোচনা কৰা।

উত্তৰ:- সুস্থিৰ গণতন্ত্র প্রতিষ্ঠাৰ ক্ষেত্রত পাকিস্তানৰ ব্যর্থতাৰ দুটা কাৰণ তলত দিয়া হৈছে-

ক) সামৰিক বাহিনী, ধৰ্মগুৰু, ভূমিপতি আৰু অভিজাত শ্ৰেণীৰ প্ৰতিপত্তিয় নিৰ্বাচিত চৰকাৰ দলিয়াই পেলোৱা আৰু সামৰিক শাসন প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাইছি।

খ) পাকিস্তান আৰু ভাৰতৰ মাজৰ সংঘাতে সামৰিক শাসনৰ পক্ষে থকাসকলক অধিক শক্তিশালী কৰি তুলিছে।


 ৮। দক্ষিণ এছিয়াৰ দ্বিপাক্ষিক সম্পর্কত বাহিৰা শক্তিয়ে কেনেদৰে প্রভাৱ বিস্তাৰ কৰিছে, এটা উদাহৰণ দি বুজাই দিয়া।

উত্তৰ:-


৯। দক্ষিণ এছিয়াৰ দেশবোৰৰ মাজত অর্থনৈতিক সহযোগিতা স্থাপনৰ ক্ষেত্ৰত ছার্কে এখন মঞ্চ হিচাপে পালন কৰা ভূমিকা আৰু ইয়াৰ সীমাবদ্ধতাৰ ওপৰত এটি চমুটোকা লিখা।

উত্তৰ:-

 

১০। ভাৰতৰ প্রতিবেশী দেশবোৰে ভাৱে যে ভাৰত চৰকাৰে এই অঞ্চলৰ আৰু ৰাষ্ট্ৰবোৰক বশ কৰি ৰাখিবলৈ চেষ্টা কৰে আৰু ইহঁতৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰে। এইটো এটা সঠিক ধাৰণানে?

উত্তৰ:-


১১। আঞ্চলিক সহযোগিতামূলক সংগঠন হিচাপে ছার্ক (SAARC)ৰ ভূমিকা আৰু সীমাবদ্ধতা আলোচনা কৰা। (উঃ মাঃ ২০১২)

উত্তৰ:-

 

১২। ছাফটা (SAFTA) কি উদ্দেশ্যৰে গঠিত হৈছে? ছাফটাৰ ধাৰণাটো পৰীক্ষা কৰা। (উঃ মাঃ ২০১৪)

উত্তৰ:-

১৩। পূৱ পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্রহণ কৰিবলগীয়া হোৱাৰ কাৰণসমূহ লিখা।(উঃ মাঃ ২০১৫)

উত্তৰ:-

১৪। ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা। (উঃ মাঃ ২০১৭)

উত্তৰ:-

 

চমু প্রশ্ন উত্তৰ:

১। পাকিস্তানৰ সামৰিক শাসন আৰু গণতন্ত্রৰ ওপৰত এটি টোকা লিখা।

উত্তৰ:-

 

২। পাকিস্তানত সুস্থিৰ গণতন্ত্ৰৰ বিপৰ্যয়ৰ কাৰণ বর্ণনা কৰা।

উত্তৰ:-

 

৩। নেপালৰ ৰাজতন্ত্র আৰু গণতন্ত্ৰৰ বিষয়ে লিখা।

উত্তৰ:-

 

৪। শ্রীলংকাত জাতিগত সংঘর্য কিয় সংঘটিত হৈছিল চমুকৈ লিখা।

উত্তৰ:-

৫। ভাৰত আৰু বাংলাদেশ সম্পর্ক চমুকৈ বর্ণনা কৰা।

উত্তৰ:-

 

৬। ভাৰত আৰু নেপালৰ মাজত কেনেধৰণৰ সম্পর্ক আছে বর্ণনা কৰা।

উত্তৰ:-

 

৭। ভাৰতে মালদ্বীপক বিপদৰ সময়ত কেনেদৰে সহায় কৰিছিল এটা উদাহৰণ দি বুজাই লিখা।

উত্তৰ:-

 

৮। দক্ষিণ এছিয়াত শান্তিৰ বাবে কেনেদৰে পদক্ষেপ গ্রহণ কৰিছে অতি চমুকৈ বর্ণনা কৰা।

উত্তৰ:-

 

৯। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। (উঃ মাঃ ২০১৩)

উত্তৰ:- ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ হৈছে-

ক) কাশ্মীৰ বিবাদ:- ১৯৪৭ চনৰ দেশ বিভাজনৰ পিছৰে পৰা জম্মু-কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত চলি আহিছে।

খ) সীমান্ত সীপাৰৰ সন্ত্ৰাসবাদ:- ভাৰতে দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী গোটসমূহক সমৰ্থন আৰু প্ৰশিক্ষণ দিয়ে

 

১০। ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাতৰ এটাকৈ দিশ উল্লেখ কৰা। (উঃ মাঃ ২০১৪)

উত্তৰ:- ভাৰত আৰু বাংলাদেশৰ মাজত থকা সহযোগিতাৰ এটা দিশ হল- ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা

ভাৰত আৰু বাংলাদেশৰ মাজত থকা সংঘাতৰ এটা দিশ হল-

১১। শ্রীলংকাত সংঘাতত লিপ্ত থকা সম্প্রদায় দুটাৰ নাম লিখা।  (উঃ মাঃ ২০১৫)

উত্তৰ:- শ্রীলংকাত সংঘাতত লিপ্ত থকা সম্প্রদায় দুটাৰ নাম- ক) তামিল আৰু খ) সিংহলী।

 

১২। ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্র উল্লেখ কৰা। (উঃ মাঃ ২০১৬)

উত্তৰ:- ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্র হৈছে-

i)             অৰ্থনৈতিক সহযোগিতা:- ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত গভীৰ সম্পৰ্ক আছে। ভাৰত বাংলাদেশৰ বাবে এক অন্যতম বৃহৎ বাণিজ্যিক অংশীদাৰ

ii)            পৰিৱেশ আৰু জলসম্পদ ব্যৱস্থাপনা:- ভাৰত আৰু বাংলাদেশৰ মাজৰে প্ৰবাহিত হোৱা গংগা, ব্ৰহ্মপুত্ৰৰ দৰে উমৈহতীয়া নদ-নদীসমূহৰ পানী ভাগ-বতৰা আৰু বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দুয়োখন দেশে সহযোগিতা আগবঢ়াই আহিছে।

অতি চমু প্রশ্নৰ উত্তৰ:

১। দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ:- দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰৰ নাম হ'ল— ভাৰত 


২। দক্ষিণ এছিয়াত কেইখন ৰাষ্ট্র আছে?

উত্তৰ:- দক্ষিণ এছিয়াত প্ৰধানতঃ ৮খন ৰাষ্ট্ৰ আছে


৩। পাকিস্তানে কোন চনত কোন তাৰিখত স্বাধীনতা লাভ কৰিছিল।

উত্তৰ:- পাকিস্তান ১৯৪৭ চনৰ ১৪ আগষ্টত স্বাধীনতা লাভ কৰিছিল।


৪। পাকিস্তানৰ সংবিধানখন কোন চনত সংবিধান সভাৰ অনুমোদন লাভ কৰিছিল?

উত্তৰ:-


৫। পূর্ব-পাকিস্তানত কোন চনত গৃহযুদ্ধৰ সূত্রপাত হৈছিল?

উত্তৰ:- পূর্ব-পাকিস্তানত ১৯৭১ চনত গৃহযুদ্ধৰ সূত্রপাত হৈছিল।


৬। নেপাল এখন ভূমি পৰিবেষ্টিত (Landlock) দেশ হয়নে?

উত্তৰ:- হয়।


৭। নেপালত কোন চনত যুক্তৰাষ্ট্রীয় প্রজাতন্ত্র প্রতিষ্ঠা হৈছে?

উত্তৰ:- ২০০৮ চনৰ মে'মাহৰ পৰা নেপালত যুক্তৰাষ্ট্রীয় প্রজাতন্ত্র প্রতিষ্ঠা হৈছে।


৮। এল. টি. টি. ই.ৰ মুখ্য নেতাজনৰ নাম কি?

উত্তৰ:- এল. টি. টি. ই.ৰ মুখ্য নেতাজনৰ নাম- ভেলুপিল্লাই প্ৰভাকৰণ।


৯। ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা সংঘাতৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰ:- ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা সংঘাতৰ এটা কাৰণ হৈছে- ভাৰতত থকা বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী সকলক বাংলাদেশ চৰকাৰে ওভতাই লোৱাৰ ক্ষেত্ৰত কৰা অস্বীকাৰ।


১০। ভাৰতৰ লোক নেপাললৈ যাবৰ বাবে পাৰপত্র (Visa)ৰ প্রয়োজন হয়নে?

উত্তৰ:- নহয়।


১১। 'ছাফটা' (SAFTA)ৰ মূল লক্ষ্য কি?

উত্তৰ:- 'ছাফটা' (SAFTA)ৰ মূল লক্ষ্য আছিল- সমগ্ৰ দক্ষিণ এছিয়াক মুক্ত বাণিজ্য় অঞ্চল হিচাপে গঢ় দিয়া।


১২। 'ছাক' কোন চনত গঠন হৈছিল?

উত্তৰ:- 'ছাক' ১৯৮৫ চনত গঠন হৈছিল


১৩। ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতৰ এটা মূল কাৰণ লিখা।

উত্তৰ:- ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতৰ এটা মূল কাৰণ হৈছে: কাশ্মীৰ বিবাদ


১৪। ছার্কৰ সম্পূর্ণ অর্থ লিখা। (উঃ মাঃ ২০১২)

উত্তৰ:- SAARC-ৰ সম্পূৰ্ণ অৰ্থ হ’ল - South Asian Association for Regional Cooperation


১৫। ছাৰ্কৰ প্ৰথমখন শীর্ষ সম্মিলন ক'ত অনুষ্ঠিত হৈছিল? (উঃ মাঃ ২০১৬,২০২০)

উত্তৰ:- ছাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ১৯৮৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল

   



 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত দ্বাদশ শ্ৰেণীৰ  (Class 12 Political Science Book Part-A) ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ ক-অংশৰ তৃতীয় অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!



Written By- Ankur Moni Nath



Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment

Previous Post Next Post