Posts

Class 9 and Class 10 All Books Solutions Assamese Medium (2026 )| All Books Solutions For SEBA 9,10 | Seba Classes 9 and 10 |

 Class 9 and Class 10 All Books Question Answers| All Books Question Answers| Seba Classes 9 and 10|

Introduction- ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে EduAxom ৰ তৰফৰ পৰা আজি নবম আৰু দশম শ্ৰেণীৰ  টোকাসমূহ আগবঢ়োৱা হৈছে।


Class 9 All Books  


 

মূল সাৰাংশ (Summary)

এই পষ্টটোত নৱম আৰু দশম শ্ৰেণীৰ মেইন পেজটো লিংক কৰা হৈছে। SEBA Final পৰীক্ষাৰ বাবে বিশেক্ষকৈ নৱম আৰু দশম শ্ৰেণীৰ বাবে গুৰুত্ৱ দিয়া হৈছে। আমাৰ ইয়াত উন্নত ভাৱে প্ৰশ্ন উত্তৰ তৈয়াৰ কৰি ছাত্ৰ-ছাত্ৰী সুবিধা হোৱাকৈ লিংক কৰি থোৱা আছে। এই পেজটো সহায়ত নৱম আৰু  দশম শ্ৰেণী সকলো পাঠ্য়পুথিৰ সমাধান বোৰ পাব।

মনত ৰাখিবলগীয়া কথা: এই পাঠটো SEBA 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰমৰ ওপৰত আধাৰিত। গতিকে আপুনি ইয়াত দিয়া উত্তৰসমূহ নিসংকোচে অধ্যয়ন কৰিব পাৰে।

পৰীক্ষাৰ বাবে বিশেষ টিপছ (Study Tips for 2027)
  • মূল শব্দবোৰ মনত ৰাখক: উত্তৰ লিখোঁতে পাঠটোৰ গুৰুত্বপূৰ্ণ শব্দবোৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। 
  • প্ৰশ্ন উত্তৰ সমূহ পঢ়াৰ আগত এবাৰ পাঠ্যপুথিৰ পাঠ সমূহ ভাল দৰে অধ্যয়ন কৰি লব। তেতিয়া অতি সৰলে প্ৰশ্ন বোৰ বুজি পাবলৈ সহজ হব।
  • পুৰণি প্ৰশ্নকাকত: বিগত ৫-১০ বছৰৰ (2015-2026) প্ৰশ্নবোৰ ভালদৰে চাব, কাৰণ বহুতো প্ৰশ্ন পুনৰাবৃত্তি হয়। সেই সমূহ প্ৰশ্ন কাকত আমাৰ ৱেবছাইটত উপলব্ধ।
  • সময় ব্যৱস্থাপনা: দীঘলীয়া প্ৰশ্নৰ উত্তৰ লিখোঁতে সময়ৰ প্ৰতি লক্ষ্য ৰাখিব। ৫ নম্বৰৰ প্ৰশ্নৰ বাবে বেছি সময় খৰচ নকৰিব।
  • পৰিষ্কাৰ হাতৰ আখৰ: পৰীক্ষাত ভাল নম্বৰ পাবলৈ আখৰ পৰিষ্কাৰ হোৱাটো অতি জৰুৰী। লগতে লক্ষ্য কৰিব যাতে কোনো প্ৰশ্ন লিখিব এৰি থৈ নাহে।
সঘনাই সোধা প্ৰশ্ন (FAQ)

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে। আপোনালোকে ইয়াৰ পৰা নিশ্চয় পৰীক্ষাৰ বাবে অধ্যয়ন কৰিব পাৰে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?

উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion)

আশা কৰোঁ আমাৰ নৱম আৰু দশম শ্ৰেণীৰ বিষয়বস্তু খিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!




All Books Question Answers| Class 9 and Class 10| Seba Class 9/10 Books Solutions| নৱম আৰু দশম শ্ৰেণীৰ পাঠ্য় পুথিৰ প্ৰশ্ন উত্তৰ সমুহ উপৰৰ লিংকত উপলব্ধ। 



Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey.

Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষা গাইড উপলব্ধ।

আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰে।)



Written By- Bhaskar Jyoti Nath 


Post a Comment

और नया पुराने