Class 12 Education Book Chapter 1 Important Question Answers (2026)| Education Book Chapter 1 Solutions| স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্য়মিক শিক্ষা Chapter 1 Question Answers|

AHSEC Class 12 Chapter 1 Important Question Answers | Class 12 Education Book Chapter 1 Important Question Answers| Education Book Chapter 1 Important Question Answers| স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্য়মিক শিক্ষা Chapter 1 Important Question Answers|


Chapter-1 Important Questions

স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্য়মিক শিক্ষা


অতি চমু প্ৰশ্ন উত্তৰ-1 নম্বৰৰ-

 1) মাধ্যমিক শিক্ষা কি?

Ans: প্ৰাথমিক শিক্ষাৰ পিছৰ আৰু উচ্চ শিক্ষাৰ আগৰ শিক্ষাস্তৰটোৱে হ’ল মাধ্যমিক শিক্ষা।



2) মুডালিয়াৰ আয়োগ কিমান চনত গঠন কৰা হৈছিল?

Ans: মুডালিয়াৰ আয়োগ ১৯৫২-১৯৫৩ চনত গঠন কৰা হৈছিল।



3) মুডালিয়াৰ আয়োগৰ অধ্যক্ষ নাম কি?

Ans: মুডালিয়াৰ আয়োগৰ অধ্যক্ষ হল মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড লক্ষ্মণস্বামী ।



4) মুডালিয়াৰ আয়োগৰ দেশী-বিদেশী সৰ্বমুঠ কিমান জন সদস্য আছিল?

Ans: দেশী-বিদেশী সৰ্বমুঠ ৯ জন সদস্য আছিল?



5) কাৰ নামানুসৰি মুডালিয়াৰ আয়োগৰ নাম ৰখা হৈছিল?

Ans: ড লক্ষ্মণস্বামি মুদালিয়াৰ নামানুসৰি মুডালিয়া আয়োগৰ নাম ৰখা হৈছিল।



6) মুডালিয়া আয়োগৰ প্ৰতিবেদনত সৰ্বমুঠ কেইতা অধ্যায় আছে?

Ans: মুডালিয়া আয়োগৰ প্ৰতিবেদনত সৰ্বমুঠ ১৫ টা অধ্যায় আছে ।



7) স্বাধীনোত্তৰ কালত মাধ্যমিক শিক্ষাৰ বিকাৰ বাবে গ্ৰহণ কৰা নীতি কাগখন মানৰ নাম লিখা।

Ans: স্বাধীনত্তৰ কালত মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে গ্ৰহণ কৰা নীতি কেইখন মানৰ নাম হ’ল –


i)           মুদালিয়াৰ আয়োগ (১৯৫২-৫৩)


ii)         কোঠাৰী আয়োগ (১৯৬৪-৬৬)


iii)       ৰাষ্ট্ৰীয় শিক্ষা নীতি (১৯৮৬)



8) কিমান চনত আৰু কোনখন আয়োগে মাধ্যমিক শিক্ষাৰ অৱস্থাৰ উন্নতি সাধনৰ বাবে পৰামৰ্শ আগৱঢ়াইছিল?

Ans: ১৮৮২ চনত হান্টাৰ আয়োগে ।



9) কোঠাৰী আয়োগৰ কিমান চনৰ কিমান তাৰিখে আয়োগ গঠন কৰা হৈছিল?

Ans: কোঠোৰী আয়োগ ১৯৬৪ চনত ১৪ জুলাই তাৰিখে গঠন কৰা হৈছিল।



10) কাৰ নামানোসৰি কোঠাৰি আয়োগৰ নাম ৰখা হৈছিল?

Ans: ড ডি. এছ কোঠাৰি নামানো সৰি এই আয়োগৰ নাম ৰখা হৈছিল।



11) কেইজন দেশী-বিদেশী সদস্যৰে কোঠাৰী আয়োগ ঘঠন হৈছিল?

Ans: ১৭ জন দেশী-বিদেশী সদস্যৰে কোঠাৰী আয়োগ ঘঠন হৈছিল।



12) কোঠাৰী আয়োগৰ প্ৰতিবেদনত কেইতা অধ্যায় আছে?

Ans: ২০ টা অধ্যায় আছে।



13) মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম কি?

Ans: মুলিয়াৰ আয়োগ।




14) ১৯৬৮ চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল?

Ans: ড ডি. এছ. কোঠাৰী।



15) কোন আয়োগে 10+2+3 শিক্ষাৰ গাঠনিটোৰ পৰামৰ্শ আগবঢ়াইছিল?

Ans: কোঠাৰী আয়োগে ।



16) ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ আন এটা নাম কি?

Ans: কোঠাৰী আয়োগ।



17)  ৰাষ্ট্ৰীয় শিক্ষা নীতি কিমান চনত কিমান চনত স্থাপন কৰা হৈছিল?

Ans: ৰাষ্ট্ৰীয় শিক্ষা নীতি কিমান চনত ১৯৮৬ চনত স্থাপন কৰা হৈছিল|



18) ৰাষ্ট্ৰীয় শিক্ষা নীতিত সৰ্বমুঠ কেইটা ভাগ আছে?

Ans: ৰাষ্ট্ৰীয় শিক্ষা নীতিত সৰ্বমুঠ ১২ টা ভাগ আছে|



19) OUDL Full Form টো কি?

Ans: Open University and distance learning.



20) ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?

Ans: ১৯৮৫ চনত।



21) IGNOU Full Form কি?

Ans: Indira Gandhi National Open University.



22) কিমান চনত মাধ্যমিক শিক্ষা আইন প্ৰস্তুত কৰি তোলা হয়?

Ans: ১৯৬১ চনত। 



23) কাৰ পৰামৰ্শ অনুসৰি আৰু কিমান চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ (Assam Higher Secondary Education Council) গঠন কৰা হৈছিল?

Ans: কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি ১৯৮৪ চনত।



24) ৰাষ্ট্ৰীয় শিক্ষা নীতি আনুষ্ঠানিক ভাৱে কেতিয়া আৰু কোনে আচনি খন উদ্বোধন কৰে?

Ans: ২০১২ চনত অসমৰ মুখ্যমন্ত্ৰীয়ে।



25) অসমৰ প্ৰথম খন বিশ্ববিদ্যালয় নাম কি আৰু ক’ত স্থাপন কৰা হৈছিল? 

Ans: অসমৰ প্ৰথম খন বিশ্ববিদ্যালয় নাম ‘গুৱাহাটী বিশ্ববিদ্যালয়’ ১৯৪৮ চনত স্থাপন কৰা হৈছিল।


খালী ঠাই পূৰ কৰা-

1) মুডালিয়াৰ আয়োগ কিমান চনত গঠন কৰা হৈছিল__ চনত।

Ans: ১৯৫২-১৯৫৩



2) মুডালিয়াৰ আয়োগৰ অধ্যক্ষ নাম হ’ল__|

Ans: মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড লক্ষ্মণস্বামী ।



3) মুডালিয়াৰ আয়োগৰ দেশী-বিদেশী সৰ্বমুঠ ___ জন সদস্য আছিল|

Ans: ৯ জন



4) মুডালিয়া আয়োগৰ প্ৰতিবেদনত সৰ্বমুঠ ___ টা অধ্যায় আছে|

Ans: ১৫ টা।



5) ১৯৬৮ চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ ___ আছিল|

Ans: ড ডি. এছ. কোঠাৰী।



6) ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ আন এটা নাম হ’ল ____?

Ans: কোঠাৰী আয়োগ।



7) ৰাষ্ট্ৰীয় শিক্ষা নীতিত সৰ্বমুঠ ___ ভাগ আছে |

Ans: ১২ টা|



8) ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ___ স্থাপন কৰা হৈছিল|

Ans: ১৯৮৫ চনত|



9) ___ চনত মাধ্যমিক শিক্ষা আইন প্ৰস্তুত কৰি তোলা হয়|

Ans: ১৯৬১ চনত|



10) অসমৰ প্ৰথম খন বিশ্ববিদ্যালয় নাম ‘গুৱাহাটী বিশ্ববিদ্যালয়’ ___ চনত স্থাপন কৰা হৈছিল।

Ans: ১৯৪৮|



   



 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত দ্বাদশ শ্ৰেণীৰ  (Class 12 Education Book) শিক্ষা পাঠ্যপুথিৰ প্ৰথম অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!



Written By Bhaskar Jyoti Nath





Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey.

Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষা গাইড উপলব্ধ।

আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰে।)



Post a Comment

Previous Post Next Post